প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সন্ত শ্ৰী সেৱালাল জী মহাৰাজলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
Posted On:
05 OCT 2024 2:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ত শ্ৰী সেৱালাল জী মহাৰাজৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে তেওঁক সামাজিক সংস্কাৰ আৰু আধ্যাত্মিক মাৰ্গদৰ্শনৰ এক আলোকস্তম্ভ হিচাপে প্ৰশংসা কৰে।
এক্সত প্ৰেৰণ কৰা এক পোষ্টত তেওঁ লিখিছে:
"জয় সেৱালাল! আজি সন্ত শ্ৰী সেৱালাল জী মহাৰাজৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেওঁ সামাজিক সংস্কাৰ আৰু আধ্যাত্মিক মাৰ্গদৰ্শনৰ এক আলোকস্তম্ভ হৈ আহিছে। তেওঁৰ শিক্ষাই জনসেৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।"
***
MJPS/SR/KB
(Release ID: 2062448)
Read this release in:
Telugu
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam