প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰিৰ প্ৰথম দিনা দেৱী শৈলপুত্ৰীক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
03 OCT 2024 9:35AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ প্ৰথম দিনা দেৱী শৈলপুত্ৰীৰ ওচৰত প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"নৱৰাত্ৰিৰ প্ৰথম দিনা মা শৈলপুত্ৰীৰ ওচৰত প্ৰাৰ্থনা! তেওঁৰ অনুগ্ৰহৰ দ্বাৰা সকলোৰে কল্যাণ হওঁক। আপোনালোক সকলোৰে হৈ মাতৃ দেৱীৰ ওচৰত এই স্তুতি..."
*****
MJPS/TS/HS/AT
(रिलीज़ आईडी: 2061432)
आगंतुक पटल : 72
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam