প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে মুখ্য সচিব ড০ পিকে মিশ্ৰৰ নেতৃত্বত 'এক পেড় মা কে নাম' আন্দোলনত অংশগ্ৰহণ কৰে
प्रविष्टि तिथि:
17 SEP 2024 1:50PM by PIB Guwahati
মুখ্য সচিব ড০ পিকে মিশ্ৰৰ নেতৃত্বত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে আজি পুৱা 'এক পেড় মা কে নাম' আন্দোলনত অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছে;
"এক বহনক্ষম ভৱিষ্যতৰ দিশত সামূহিকভাৱে কাম কৰি আছে।"
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰজীৰ নেতৃত্বত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়াসকলে আজি পুৱা 'এক পেড় মা কে নাম' আন্দোলনত অংশগ্ৰহণ কৰে। #एक_पेड़_माँ_के_नाम”
***
MJPS/ST/MK/ID
(रिलीज़ आईडी: 2055746)
आगंतुक पटल : 53
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam