গৃহ মন্ত্ৰালয়
ভাৰত চৰকাৰ আৰু ‘নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল অব নাগালেণ্ড’ (কে)/নিকি গোট-ৰ মাজৰ ‘যুদ্ধবিৰতি চুক্তি’ৰ ম্যাদ আৰু এবছৰলৈ বৃদ্ধি কৰা হৈছে
Posted On:
05 SEP 2024 6:08PM by PIB Guwahati
ভাৰত চৰকাৰ আৰু ‘নেশ্যনেল ছচিয়েলিষ্ট কাউন্সিল অব নাগালেণ্ড’ (কে)/নিকি গোট-ৰ মাজৰ ‘যুদ্ধবিৰতি চুক্তি’ৰ ম্যাদ আৰু এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে।
‘যুদ্ধবিৰতি চুক্তি’ৰ ম্যাদ ০৮.০৯.২০২৪ তাৰিখৰ পৰা ০৭.০৯.২০২৫ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এই চুক্তিখন ০৬.০৯.২০২১ তাৰিখে স্বাক্ষৰিত হৈছিল।
*****
RK/VV/ASH/PS/KB
(Release ID: 2052321)
Visitor Counter : 39