তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

২০২২ৰ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা; শ্ৰেষ্ঠ ফিচাৰ ফিল্ম বঁটা লাভ কৰে আট্টমে

আইনা (Mirror)ৰ শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্ম বঁটা লাভ; শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ মাৰমাৰ্ছ অৱ দ্য জাংগলৰ

কান্তৰাত মুখ্য চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত ঋষভ শ্বেট্টী আৰু তিৰুচিত্ৰম্বালমত মুখ্য চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে নিথ্যা মেনেনে

শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা পৱন ৰাজ মালহোত্ৰই লাভৰ সমান্তৰালকৈ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰে নীনা গুপ্তাই

ব্ৰহ্মাস্ত্ৰ-১ম খণ্ডঃ শিৱ এভিজিচি (এনিমেচন, ভিজুৱেল ইফেক্টছ গেমিং আৰু কমিক)ত শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত

কিশোৰ কুমাৰঃ দ্য আলটিমেট বাঅ’গ্ৰাফী শ্ৰেষ্ঠ চিনেমা-সম্পৰ্কীয় গ্ৰন্থ হিচাপে বিবেচিত

Posted On: 16 AUG 2024 4:15PM by PIB Guwahati

৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ জুৰীয়ে আজি ২০২২ বৰ্ষৰ বিজয়ীসকলৰ নাম ঘোষণা কৰে।

এই ঘোষণাৰ পূৰ্বে ফিচাৰ ফিল্ম জুৰীৰ অধ্যক্ষ শ্ৰী ৰাহুল ৰাৱাইল, নন-ফিচাৰ ফিল্ম জুৰীৰ অধ্যক্ষ শ্ৰী নীল মাধৱ পাণ্ডা আৰু চিনেমা-সম্পৰ্কীয় শ্ৰেষ্ঠ লেখা জুৰীৰ অধ্যক্ষ শ্ৰী গংগাধৰ মুদলাইৰে নিজ-নিজ জুৰীৰ সদস্যসকলৰ সৈতে ২০২২ৰ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বঁটা বিজয়ীৰ তালিকা কেন্দ্ৰীয় ৰেলৱে, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ হাতত অৰ্পন কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডঃ এল মুৰুগান, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু আৰু যুটীয়া সচিব (চলচ্চিত্ৰ) শ্ৰীমতী বৃন্দা দেশাইও উপস্থিত থাকে।

জুৰীসমূহত সমগ্ৰ ভাৰতীয় চিনেমা-জগতৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ ব্যক্তিত্ব আছে। বঁটাসমূহ ঘোষণা কৰে ফিচাৰ ফিল্ম জুৰীৰ অধ্যক্ষ শ্ৰী ৰাহুল ৰাৱাইল, নন-ফিচাৰ ফিল্ম জুৰীৰ অধ্যক্ষ শ্ৰী নীল মাধৱ পাণ্ডা আৰু চিনেমা-সম্পৰ্কীয় শ্ৰেষ্ঠ লেখা জুৰীৰ অধ্যক্ষ শ্ৰী গংগাধৰ মুদলাইৰে। ইয়াত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব (চলচ্চিত্ৰ) শ্ৰীমতী বৃন্দা দেশাই উপস্থিতি থাকে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image00186DW.jpg

শ্ৰেষ্ঠ ফিচাৰ ফিল্ম বঁটা লাভ কৰিছে আনন্দ একাৰ্শী পৰিচালিত আট্টম (The Play)য়ে আৰু শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্ম বঁটা লাভ কৰিছে সিদ্ধান্ত সৰিন পৰিচালিত আইনা (Mirror)ই।

অনিৰুদ্ধ ভট্টাচাৰ্য্য আৰু পাৰ্থিৱ ধৰে ৰচনা কৰা কিশোৰ কুমাৰঃ দ্য আলটিমেট বাঅ’গ্ৰাফীলৈ শ্ৰেষ্ঠ চিনেমা-সম্পৰ্কীয় গ্ৰন্থৰ বঁটা আগবঢ়োৱা হৈছে।

কান্তৰাই লাভ কৰে সুস্থ মনোৰঞ্জনধৰ্মী শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰ বঁটা

কান্তৰা চলচ্চিত্ৰত মুখ্য চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত ঋষভ শ্বেট্টী আৰু তিৰুচিত্ৰম্বালমমুখ্য চৰিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে নিথ্যা মেনেনে

ফিচাৰ ফিল্ম শিতানত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা পৱন ৰাজ মালহোত্ৰই লাভৰ সমান্তৰালকৈ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰে নীনা গুপ্তাই।

ভিএফএক্স তত্বাৱধায়ক জয়কৰ অৰুদ্ৰা, ভিৰাল ঠাক্কাৰ আৰু নীলেশ গৌৰৰ সৈতে অয়ন মুকেৰজীয়ে পৰিচালনা কৰা ব্ৰহ্মাস্ত্ৰ-১ম খণ্ডঃ শিৱএভিজিচি (এনিমেচন, ভিজুৱেল ইফেক্টছ গেমিং আৰু কমিক)শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে।

বঁটাপ্ৰাপকসকলৰ সম্পূৰ্ণ তালিকা তলত দিয়া হৈছে

 

৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০২২

চিনেমা-সম্পৰ্কীয় শ্ৰেষ্ঠ লেখা

শ্ৰেষ্ঠ চিনেমা-সম্পৰ্কীয় গ্ৰন্থঃ

ক্ৰমিক নং

গ্ৰন্থৰ নাম

ভাষা

লেখকৰ নাম

প্ৰকাশকৰ নাম

বঁটা আৰু নগদ ধন

কিশোৰ কুমাৰঃ দ্য আলটিমেট বাঅ’গ্ৰাফী

ইংৰাজী

অনিৰুদ্ধ ভট্টাচাৰ্য্য আৰু পাৰ্থিৱ ধৰ

হাৰ্পাৰকলিন্স পাব্লিচাৰ্ছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড

স্বৰ্ণ কমল আৰু ১,০০,০০০/- (প্ৰত্যেকে)

 

শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটাঃ

ক্ৰমিক নং

সমালোচকৰ নাম

ভাষা

বঁটা আৰু নগদ ধন

দীপক দুয়া

হিন্দী

স্বৰ্ণ কমল আৰু ১,০০,০০০/-

 

নন-ফিচাৰ ফিল্মৰ ফলাফল

ক্ৰমিক নং

বঁটাৰ শিতান

চলচ্চিত্ৰৰ নাম

প্ৰাপক

বঁটা আৰু নগদ ধন

শ্ৰেষ্ঠ নন-ফিচাৰ ফিল্ম

আইনা (Mirror)

 

(হিন্দী/উৰ্দু)

প্ৰযোজকঃ তেহ ফিল্মছ

 

পৰিচালকঃ সিদ্ধান্ত সৰিন

স্বৰ্ণ কমল

 

৩,০০,০০০/- (প্ৰত্যেকে)

এজন পৰিচালকৰ শ্ৰেষ্ঠ প্ৰথম চলচ্চিত্ৰ

মধ্যান্তৰা (Intermission)

 

(কানাড়া)

পৰিচালকঃ বস্তি দিনেশ শ্বেনয়

স্বৰ্ণ কমল

 

৩,০০,০০০/-

শ্ৰেষ্ঠ জীৱনীমূলক / ঐতিহাসিক পুনৰ্গঠন / সংকলিত চলচ্চিত্ৰ

আনাখি এক মহেঞ্জোদাৰো

(Yet Another Mohenjo Daro)

 

(মাৰাঠী)

প্ৰযোজকঃ

ডি গোৱান ষ্টুডিঅ' আৰু অশোক ৰাণে প্ৰডাকচন

 

পৰিচালকঃ অশোক ৰাণে

ৰজত কমল

 

২,০০,০০০/- (প্ৰত্যেকে)

শ্ৰেষ্ঠ কলা / সংস্কৃতিমূলক চলচ্চিত্ৰ

(a) ৰং বিভোগা

(Temple Dance Tradition)

 

(কানাড়া)

(a) প্ৰযোজক আৰু পৰিচালকঃ সুনীল নৰসিংহচাৰ পুৰাণিক

ৰজত কমল

 

২,০০,০০০/- (দুভাগ)

(b) ভাৰ্চা (Legacy)

 

(মাৰাঠী)

(b) প্ৰযোজক আৰু পৰিচালকঃ শচীন বালাছাহেব সূৰ্য্যবংশী

শ্ৰেষ্ঠ তথ্যচিত্ৰ

মাৰমাৰ্ছ অৱ দ্য জাংগল

 

(মাৰাঠী)

প্ৰযোজক আৰু পৰিচালকঃ সোহিল বৈদ্য

ৰজত কমল

 

২,০০,০০০/- (প্ৰত্যেকে)

সামাজিক আৰু পাৰিপাৰ্শ্বিক প্ৰমূল্যৰাজিক প্ৰোৎসাহিত কৰা শ্ৰেষ্ঠ নন-ফিচাৰ চলচ্চিত্ৰ

অন দ্য ব্ৰিংক ছিজন ২ - ঘঁৰিয়াল

 

(ইংৰাজী)

প্ৰযোজকঃ দ্য গায়া পিপল

 

পৰিচালকঃ আকাংক্ষা সূদ সিং

ৰজত কমল

 

২,০০,০০০/- (প্ৰত্যেকে)

শ্ৰেষ্ঠ এনিমেচন চলচ্চিত্ৰ

এ কক’নাট ট্ৰী

 

(নিৰ্বাক)

প্ৰযোজকঃ জেবি প্ৰডাকচন

 

পৰিচালক আৰু এনিমেটৰঃ জোশ্বি বেনেডিক্ট

ৰজত কমল

 

২,০০,০০০/- (প্ৰত্যেকে)

শ্ৰেষ্ঠ চুটি ছবি (৩০ মিনিটলৈকে)

শূন্যতা (Void)

 

(অসমীয়া)

প্ৰযোজকঃ এইচএম প্ৰডাকচন

 

পৰিচালকঃ নৱপন ডেকা

ৰজত কমল

 

২,০০,০০০/- (প্ৰত্যেকে)

শ্ৰেষ্ঠ পৰিচালনা

ফ্ৰম দ্য শ্বেড’ছ

 

(বাংলা/হিন্দী/ইংৰাজী)

পৰিচালকঃ মিৰিয়াম চাণ্ডী মেনাচেৰী

স্বৰ্ণ কমল

 

৩,০০,০০০/-

১০

শ্ৰেষ্ঠ দৃশ্যগ্ৰহণ

ম’ন’ ন’ এৱেৰ

 

(হিন্দী আৰু ইংৰাজী)

দৃশ্যগ্ৰহণকাৰীঃ সিদ্ধাৰ্থ দিৱান

ৰজত কমল

 

২,০০,০০০/-

১১

শ্ৰেষ্ঠ ছাউণ্ড ডিজাইন

যান (Vehicle)

 

(হিন্দী/মালৱী)

ছাউণ্ড ডিজাইনাৰঃ মানস চৌধাৰী

ৰজত কমল

 

২,০০,০০০/-

১২

শ্ৰেষ্ঠ সম্পাদনা

মধ্যান্তৰা

(Intermission)

 

(কানাড়া)

সম্পাদনাঃ সুৰেশ ইউআৰএছ

ৰজত কমল

 

২,০০,০০০/-

১৩

শ্ৰেষ্ঠ সংগীত পৰিচালনা

ফুৰচাট (Leisure)

 

(হিন্দী)

সংগীত পৰিচালকঃ বিশাল ভৰদ্বাজ

ৰজত কমল

 

২,০০,০০০/-

১৪

শ্ৰেষ্ঠ কথন/ভইচ অভাৰ

মাৰমাৰ্ছ অৱ দ্য জাংগল

 

(মাৰাঠী)

নেৰেটৰ/ ভইচ অভাৰঃ সুমন্ত সিন্দে

ৰজত কমল

 

২,০০,০০০/-

১৫

শ্ৰেষ্ঠ কাহিনী

ম’ন’ ন’ এৱেৰ

 

(হিন্দী আৰু ইংৰাজী)

কাহিনী ৰচকঃ কৌশিক সৰকাৰ

ৰজত কমল

 

২,০০,০০০/-

১৬

বিশেষ বঁটা

বিৰুবালা "ডাইনীৰপৰা পদ্মশ্ৰী"

 

(অসমীয়া)

প্ৰযোজকঃ আইমী বৰুৱা প্ৰডাকচন চচাইটি

 

পৰিচালকঃ আইমী বৰুৱা

প্ৰমাণ-পত্ৰ

হাড়গিলা - দ্য গ্ৰেটাৰ এডজাটেন্ট ষ্টৰ্ক

 

(অসমীয়া)

প্ৰযোজকঃ পিআই এন্টাৰটেইনমেন্ট

 

পৰিচালকঃ পাৰ্থ সাৰথি মহন্ত

প্ৰমাণ-পত্ৰ

 

ফিচাৰ ফিল্ম - ফলাফল

ক্ৰমিক নং

বঁটাৰ শিতান

চলচ্চিত্ৰৰ নাম

প্ৰাপক

বঁটা আৰু নগদ ধন

শ্ৰেষ্ঠ ফিচাৰ ফিল্ম

আট্টম (The Play)

 

(মালয়ালম)

প্ৰযোজকঃ জয় মুভি প্ৰডাকচন এলএলপি

 

পৰিচালকঃ আনন্দ একাৰ্শী

স্বৰ্ণ কমল

 

৩,০০,০০০/- (প্ৰত্যেকে)

এজন পৰিচালকৰ শ্ৰেষ্ঠ প্ৰথম চলচ্চিত্ৰ

ফৌজা

 

(হৰিয়ানভি)

পৰিচালকঃ প্ৰমোদ কুমাৰ

স্বৰ্ণ কমল

 

৩,০০,০০০/- (প্ৰত্যেকে)

সুস্থ মনোৰঞ্জনধৰ্মী শ্ৰেষ্ঠ জনপ্ৰিয় চলচ্চিত্ৰ বঁটা

কান্তৰা

 

(কানাড়া)

প্ৰযোজকঃ হ’মবেল ফিল্ম এলএলপি

 

পৰিচালকঃ ঋষভ শ্বেট্টী

স্বৰ্ণ কমল

 

৩,০০,০০০/- (প্ৰত্যেকে)

ৰাষ্ট্ৰীয়, সামাজিক আৰু পাৰিপাৰ্শ্বিক প্ৰমূল্যৰাজিক প্ৰোৎসাহিত কৰা শ্ৰেষ্ঠ ফিচাৰ চলচ্চিত্ৰ

কচ্চ এক্সপ্ৰেছ

 

(গুজৰাটী)

প্ৰযোজকঃ চউল সূত্ৰ এলএলপি

 

পৰিচালকঃ ভিৰাল শ্বাহ

ৰজত কমল

 

২,০০,০০০/- (প্ৰত্যেকে)

শ্ৰেষ্ঠ এভিজিচি (এনিমেচন, ভিজুৱেল ইফেক্টছ গেমিং আৰু কমিক) চলচ্চিত্ৰ

ব্ৰহ্মাস্ত্ৰ-১ম খণ্ডঃ শিৱ

 

 

(হিন্দী)

প্ৰযোজকঃ ধৰ্ম প্ৰডাকচন,

প্ৰাইম ফকাছ,

ষ্টাৰলাইট পিকচাৰ

 

পৰিচালকঃ অয়ন মুকেৰজী

স্বৰ্ণ কমল

 

৩,০০,০০০/- (প্ৰত্যেকে)

ভিএফএক্স তত্বাৱধায়কঃ জয়কৰ অৰুদ্ৰা, ভিৰাল ঠাক্কাৰ, নীলেশ গৌৰ

ৰজত কমল

 

২,০০,০০০/- (দুভাগ)

শ্ৰেষ্ঠ পৰিচালনা

উনচাই (Zenith)

 

(হিন্দী)

পৰিচালকঃ সুৰুয আৰ. বৰজাত্য

স্বৰ্ণ কমল

 

৩,০০,০০০/-

মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা

কান্তৰা

 

(কানাড়া)

অভিনেতাঃ ঋষভ শ্বেট্টী

ৰজত কমল

 

২,০০,০০০/-

মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী

তিৰুচিত্ৰম্বালম

 

(তামিল)

অভিনেত্ৰীঃ নিথ্যা মেনেন

ৰজত কমল

 

২,০০,০০০/- (দুভাগ)

কচ্চ এক্সপ্ৰেছ

 

(গুজৰাটী)

অভিনেত্ৰীঃ মানসী পাৰেখ

সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা

ফৌজা

 

(হৰিয়ানভি)

সহযোগী অভিনেতাঃ পৱন ৰাজ মালহোত্ৰ

ৰজত কমল

 

২,০০,০০০/-

১০

সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী

উনচাই (Zenith)

 

(হিন্দী)

সহযোগী অভিনেত্ৰীঃ নীনা গুপ্তা

ৰজত কমল

 

২,০০,০০০/-

১১

শ্ৰেষ্ঠ শিশু শিল্পী

মালিকপ্পুৰম

(মালয়ালম)

শিশু শিল্পীঃ শ্ৰীপথ

ৰজত কমল

 

২,০০,০০০/-

১২

শ্ৰেষ্ঠ নেপথ্য গায়ক

ব্ৰহ্মাস্ত্ৰ-১ম খণ্ডঃ শিৱ

 

 

(হিন্দী)

গায়কঃ অৰিজিত সিং

 

(কেশৰীয়া)

ৰজত কমল

 

২,০০,০০০/-

১৩

শ্ৰেষ্ঠ নেপথ্য গায়িকা

ছৌদি ভেলাকা চিচি.২২৫/২০০৯

(ছৌদি বেবী কক’নাট চিচি.২২৫/২০০৯)

 

(মালয়ালম)

গায়িকাঃ বম্বে জয়শ্ৰী

 

(চায়ুম ভেইল)

ৰজত কমল

 

২,০০,০০০/-

১৪

শ্ৰেষ্ঠ দৃশ্যগ্ৰহণ

পুনয়িন চেলভেন-১ম খণ্ড

 

(তামিল)

দৃশ্যগ্ৰহণকাৰীঃ ৰবি বৰ্মন

ৰজত কমল

 

২,০০,০০০/-

২৫

সংবিধানৰ VIII অনুসূচীত উল্লেখ কৰা প্ৰতিটো ভাষাৰ শ্ৰেষ্ঠ ফিচাৰ ফিল্ম

(a)

শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ

এমুঠি পুঠি

(A Very Fishy Trip)

প্ৰযোজকঃ মেটানৰ্মেল মচন পিকচাৰ প্ৰাইভেট লিমিটেড

 

পৰিচালকঃ কুলনন্দিনী মহন্ত

স্বৰ্ণ কমল

 

২,০০,০০০/- (প্ৰত্যেকে)

২৬

সংবিধানৰ VIII অনুসূচীত উল্লেখ কৰাৰ বাহিৰে প্ৰতিটো ভাষাৰ শ্ৰেষ্ঠ ফিচাৰ ফিল্ম

(a)

শ্ৰেষ্ঠ তিৱা চলচ্চিত্ৰ

ছিকাইছাল

(If only trees could talk)

 

(তিৱা)

প্ৰযোজকঃ ইমাজিং মিডিয়া

 

পৰিচালকঃ ডঃ ববী শৰ্মা বৰুৱা

ৰজত কমল

 

২,০০,০০০/- (প্ৰত্যেকে)

*****

Pragya Paliwal Gaur/Kshitij Singha/SB
 



(Release ID: 2046102) Visitor Counter : 16