প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা শ্ৰী নৰেন্দ্ৰ মোদীৰ
পোষ্ট কৰা হৈছে:
15 AUG 2024 7:05AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“সমগ্ৰ দেশবাসীক স্বাধীনতা দিৱসৰ বহুত বহুত শুভকামনা জনালোঁ৷ জয় হিন্দ!”
***
MJPS/SR/RT/DB
(ৰিলিজ আই ডি : 2045865)
অতিথি কক্ষ : 87
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam