পোষ্ট কৰা হৈছে:
15 JUL 2024 12:12PM by PIB Guwahati
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত ছোৰেনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰ পোষ্টত কয়;
“ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী শ্ৰী@HemantSorenJMM-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে। @JharkhandCMO”
*******
DS/ST/DB