প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৰ্ণাটকৰ ৰাজ্যপালে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 12 JUL 2024 5:53PM by PIB Guwahati

কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱৰচান্দ গেহলটে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এইদৰে পোষ্ট কৰিছে;

"কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী @TCGEHLOT-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"

*************

 

DS/ST/KG


(रिलीज़ आईडी: 2033249) आगंतुक पटल : 81
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Hindi_MP , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam