প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 06 JUL 2024 10:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ মাতৃভূমিৰ প্ৰতি থকা নিষ্ঠা আৰু ত্যাগে দেশবাসীক অনুপ্ৰাণিত কৰিব৷

টুইটাৰৰ পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

“ভাৰত মাতৃক নিজৰ শক্তিশালী ৰাষ্ট্ৰবাদী চিন্তাৰে গৌৰৱান্বিত কৰা ড° শ্যামা প্ৰসাদ মুখাৰ্জীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। মাতৃভূমিৰ বাবে তেওঁৰ নিষ্ঠা আৰু ত্যাগে সদায় দেশবাসীক অনুপ্ৰাণিত কৰিব।”

******

DS/SR/DB



(Release ID: 2031321) Visitor Counter : 18