প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীক সাক্ষাৎ হাৰিয়ানাৰ ৰাজ্যপালৰ

Posted On: 26 JUN 2024 12:52PM by PIB Guwahati

হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বন্দাৰু দট্টাত্ৰেয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ’)ৰ টুইটাৰ পোষ্টত কয়;

“হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বন্দাৰু দট্টাত্ৰেয়াই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে৷”

***

DS/ST/DB



(Release ID: 2028813) Visitor Counter : 11