প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীক ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে

Posted On: 25 JUN 2024 2:45PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেব সাইয়ে সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে (PMO) এক্সত এইদৰে প’ষ্ট কৰে;

“প্ৰধানমন্ত্ৰী @narendramodiক ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী @vishnudsaiয়ে সাক্ষাৎ কৰে।”

*********

DS/ST/SB
 



(Release ID: 2028632) Visitor Counter : 10