পোষ্ট কৰা হৈছে:
23 JUN 2024 10:14AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড° শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ শ্বহীদ দিৱসত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ শক্তিশালী ব্যক্তিত্বই ভাৱী প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।
প্ৰধানমন্ত্ৰীয়ে এটা এক্স পোষ্টত কৈছে;
"দেশৰ মহান পুত্ৰ, প্ৰখ্যাত চিন্তাবিদ তথা শিক্ষাবিদ ড° শ্যামা প্ৰসাদ মুখাৰ্জীক তেওঁৰ শ্বহীদ দিৱসত সাদৰ নমন। মা ভাৰতীৰ সেৱাত তেওঁ নিজৰ জীৱন সমৰ্পিত কৰিছিল। তেওঁৰ শক্তিশালী ব্যক্তিত্বই দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।”
**********
DS/ST