প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ত্ৰিকোণাসনৰ ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে

Posted On: 14 JUN 2024 10:40AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিকোণাসন বা ত্ৰিভূজ আসনৰ এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰেৰে শৰীৰৰ ওপৰৰ অংশৰ ভালৰ বাবে আৰু একাগ্ৰতাৰ বৰ্ধনৰ বাবে এই আসনৰ অভ্যাস কৰিবলৈ আহ্বান জনায়।

১০ম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে শ্বেয়াৰ কৰা এই ক্লিপটোত থিয় ভঙ্গিৰ ঢাপসমূহৰ বিষয়েও বিশদভাৱে উল্লেখ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এই প’ষ্ট কৰিছেঃ

"কান্ধ, পিঠিৰ ভালৰ বাবে আৰু একাগ্ৰতাৰ বৰ্ধনৰ বাবে ত্ৰিকোণাসনৰ অভ্যাস কৰক!"

***

DS/RT/SB
 



(Release ID: 2026075) Visitor Counter : 24