ভাৰতীয় নিৰ্বাচন আয়োগ

‘সাধাৰণ নিৰ্বাচন ২০২৪’-ৰ ‘ষষ্ঠ পৰ্যায়’ত ভোটদানৰ ৬৩.৩৭% হাৰ নথিভুক্ত কৰা হৈছে

‘ষষ্ঠ পৰ্যায়’ৰ ভোটদাতাৰ পৰম সংখ্যা ঘোষণা কৰা হৈছে

‘সপ্তম পৰ্যায়’ৰ বাবে সংসদীয় সমষ্টি অনুসৰি ভোটদাতাৰ পৰিসংখ্যা ঘোষণা কৰা হৈছে

Posted On: 28 MAY 2024 6:11PM by PIB Guwahati

নিৰ্বাচন আয়োগে ইতিমধ্যে ২৫.০৫.২০২৪ তাৰিখে প্ৰকাশ কৰা দুটা ‘প্ৰেছ টোকা’ৰ ধাৰাবাহিকতা ৰক্ষা কৰি  চলিত ‘সাধাৰণ নিৰ্বাচন ২০২৪’-ৰ ‘ষষ্ঠ পৰ্যায়’ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৫৮টা সংসদীয় সমষ্টিত ভোটদানৰ হাৰ ৬৩.৩৭% নথিভুক্ত কৰা হৈছে। ‘ষষ্ঠ পৰ্যায়’ৰ লিংগ অনুসৰি ভোটদাতাৰ পৰিসংখ্যা তলত দিয়া হৈছে:

 

পৰ্যায়

পুৰুষৰ হাৰ

মহিলাৰ হাৰ

তৃতীয় লিংগৰ হাৰ

সামগ্ৰিক হাৰ

পৰ্যায় ৬

৬১.৯৫%

৬৪.৯৫%

১৮.৬৭%

৬৩.৩৭%

 

২. ‘পৰ্যায় ৬’-ৰ ৰাজ্য অনুসৰি আৰু সংসদীয় সমষ্টি অনুসৰি ভোটদাতাৰ ভোটদানৰ তথ্য ক্ৰমে ‘তালিকা ১ আৰু ২’-ত দিয়া হৈছে। ‘ষষ্ঠ পৰ্যায়’ৰ ভোটাৰৰ পৰম সংখ্যা ‘তালিকা ৩’-ত দিয়া হৈছে। প্ৰাৰ্থীসকলক তেওঁলোকৰ ‘ভোটদান এজেণ্ট’-ৰ জৰিয়তে একোটা সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰৰ বাবে ‘প্ৰপত্ৰ ১৭-চি’ৰ প্ৰতিলিপিও প্ৰদান কৰা হয়। নিৰ্বাচনৰ দিনা প্ৰাৰ্থীসকলৰ সৈতে সহভাগ কৰা ‘প্ৰপত্ৰ ১৭-চি’-ৰ তথ্যকে প্ৰকৃত তথ্য হিচাপে গণ্য কৰা হ’ব। ‘ডাক বেলট’ৰ গণনা আৰু মুঠ ভোট গণনাত ইয়াৰ সংযোজনেৰে ভোটদানৰ চূড়ান্ত হাৰ কেৱল গণনাৰ পিছতহে উপলব্ধ হ'ব। ‘ডাক বেলট’ৰ ভিতৰত আছে সেৱাৰত ভোটদাতাসকলক প্ৰদান কৰা ‘ডাক বেলট’, অনুপস্থিত ভোটদাতা (৮৫+, ‘পিডব্লিউডি’, অত্যাৱশ্যকীয় সেৱাৰে জড়িত ইত্যাদি) আৰু নিৰ্বাচনী কৰ্তব্যত থকা ভোটাৰ। আইনী ব্যৱস্থা অনুসৰি লাভ কৰা এনে ‘ডাক বেলট’ৰ দৈনিক হিচাপ সকলো প্ৰাৰ্থীকে দি থকা হয়।

 

৩. ইয়াৰ উপৰিও, ১ জুন, ২০২৪ তাৰিখে ‘সপ্তম পৰ্যায়’ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৫৭টা সংসদীয় সমষ্টিৰ বাবে পঞ্জীভুক্ত ভোটাৰসকলৰ সংসদীয় সমষ্টি অনুসৰি বিৱৰণ ‘তালিকা ৪’-ত প্ৰদান কৰা হৈছে।

 

তালিকা ১:

 

পৰ্যায়-৬

তালিকা ১: ভোটকেন্দ্ৰসমূহত ৰাজ্য-অনুসৰি আৰু লিংগ-অনুসৰি ভোটাৰৰ ভোটদানৰ হাৰ

 

ক্ৰমিক নং

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল

সংসদীয় সমষ্টিৰ সংখ্যা

ভোটদানৰ হাৰ (%)

পুৰুষ

মহিলা

অন্যান্য

মুঠ

বিহাৰ

৫১.৯৫

৬২.৯৫

৭.২৪

৫৭.১৮

হাৰিয়ানা

১০

৬৫.৯৭

৬৩.৪৯

১৮.২০

৬৪.৮০

জম্মু আৰু কাশ্মীৰ

৫৭.৮৬

৫২.৮৬

২২.২২

৫৫.৪০

ঝাৰখণ্ড

৬৪.৮৭

৬৫.৯৪

৩৭.৯৩

৬৫.৩৯

দিল্লী ৰাজধানী এলেকা

৫৯.০৩

৫৮.২৯

২৮.০১

৫৮.৬৯

ওড়িশা

৭৪.০৭

৭৪.৮৬

২০.৭৬

৭৪.৪৫

উত্তৰ প্ৰদেশ

১৪

৫১.৩১

৫৭.১২

৫.৪১

৫৪.০৪

পশ্চিম বংগ

৮১.৬২

৮৩.৮৩

৩৩.০৮

৮২.৭১

৮ ৰাজ্য / কে.শা.অ. [৫৮ সং. স]

৫৮

৬১.৯৫

৬৪.৯৫

১৮.৬৭

৬৩.৩৭

               

 

 

তালিকা-২:

পৰ্যায়-৬

তালিকা ২: ভোটকেন্দ্ৰসমূহত সংসদীয় সমষ্টি আৰু লিংগ-অনুসৰি ভোটাৰৰ ভোটদানৰ হাৰ

 

ক্ৰমিক নং

ৰাজ্য/কে.শা.অঞ্চল

সংসদীয় সমষ্টি

ভোটদানৰ হাৰ (%)

 

পুৰুষ

মহিলা

অন্যান্য

মুঠ

 

বিহাৰ

গোপালগঞ্জ

৪৬.৪০

৫৮.৪৪

৬.২৫

৫২.৩২

 

বিহাৰ

মহাৰাজগঞ্জ

৪৬.৬৮

৫৮.৩৬

০.০০

৫২.২৭

 

বিহাৰ

পশ্চিম চাম্পাৰণ

৫৭.২১

৬৬.৬৭

৯.৩৮

৬১.৬২

 

বিহাৰ

পূৰ্বী চাম্পাৰণ

৫৫.০২

৬৪.৮২

২৩.৮১

৫৯.৬৮

 

বিহাৰ

শিউহৰ

৫১.৭৯

৬৩.৬৮

৩.১৭

৫৭.৪০

 

বিহাৰ

ছিৱান

৪৭.০৮

৫৮.৩৭

৫.৪৫

৫২.৪৯

 

বিহাৰ

বৈশালী

৫৭.২০

৬৮.৬৩

৪.৩৫

৬২.৫৯

বিহাৰ

বাল্মীকি নগৰ

৫৫.০৩

৬৫.৯৯

৯.৭২

৬০.১৯

 

হাৰিয়ানা

আম্বালা

৬৮.৫১

৬৬.০২

৭.৮৯

৬৭.৩৪

 

১০

হাৰিয়ানা

ভিৱানী-মহেন্দ্ৰগড়

৬৬.৩৬

৬৪.৩১

৭.৬৯

৬৫.৩৯

 

১১

হাৰিয়ানা

ফৰিদাবাদ

৬১.৭৭

৫৯.০৪

৫.০৪

৬০.৫২

 

১২

হাৰিয়ানা

গুৰগাঁও

৬৩.০৬

৬০.৮৮

৮.৯৭

৬২.০৩

 

১৩

হাৰিয়ানা

হিছাৰ

৬৬.৬৫

৬৩.৬৯

২৭.২৭

৬৫.২৭

 

১৪

হাৰিয়ানা

কাৰ্নাল

৬৫.১৬

৬২.১৫

৫০.০০

৬৩.৭৪

 

১৫

হাৰিয়ানা

কুৰুক্ষেত্ৰ

৬৭.৬৬

৬৬.৩০

৫০.০০

৬৭.০১

 

১৬

হাৰিয়ানা

ৰোহটক

৬৬.৮৮

৬৪.৩৩

৯.৫২

৬৫.৬৮

 

১৭

হাৰিয়ানা

ছিৰ্ছা

৭১.২৬

৬৮.১১

৪৮.৮৪

৬৯.৭৭

 

১৮

হাৰিয়ানা

সোণিপট

৬৪.৬৯

৬২.০২

১৮.১৮

৬৩.৪৪

 

১৯

জম্মু আৰু কাশ্মীৰ

অনন্তনাগ-ৰাজৌৰী

৫৭.৮৬

৫২.৮৬

২২.২২

৫৫.৪০

 

২০

ঝাৰখণ্ড

ধানবাদ

৬১.৮২

৬২.৩৩

৩১.২৫

৬২.০৬

 

২১

ঝাৰখণ্ড

গিৰিদি

৬৫.০০

৬৯.৬০

৮৭.৫০

৬৭.২৩

 

২২

ঝাৰখণ্ড

জামছেদপুৰ

৬৭.৮৭

৬৭.৪৯

৪২.১১

৬৭.৬৮

 

২৩

ঝাৰখণ্ড

ৰাঁচি

৬৫.৫২

৬৫.১৯

৩১.৮৮

৬৫.৩৬

 

                 

 

২৪

দিল্লী ৰাজধানী এলেকা

চান্দনী চক

৫৯.৪৪

৫৭.৬২

৩২.১৪

৫৮.৬০

২৫

দিল্লী ৰাজধানী এলেকা

পূব দিল্লী

৫৯.৩৪

৫৯.৭২

৫২.৮৮

৫৯.৫১

২৬

দিল্লী ৰাজধানী এলেকা

নতুন দিল্লী

৫৫.৫৫

৫৫.২৮

২৬.৯২

৫৫.৪৩

২৭

দিল্লী ৰাজধানী এলেকা

উত্তৰ-পূব দিল্লী

৬৩.৫৫

৬২.১৩

৪১.৬১

৬২.৮৯

২৮

দিল্লী ৰাজধানী এলেকা

উত্তৰ-পশ্চিম দিল্লী

৫৮.৪৯

৫৭.১২

২২.৯০

৫৭.৮৫

২৯

দিল্লী ৰাজধানী এলেকা

দক্ষিণ দিল্লী

৫৬.২৮

৫৬.৬৭

১৩.৩৯

৫৬.৪৫

৩০

দিল্লী ৰাজধানী এলেকা

পশ্চিম দিল্লী

৫৯.৩২

৫৮.২০

৩৫.৮৮

৫৮.৭৯

৩১

ওড়িশা

ভুৱনেশ্বৰ

৬৪.৭৫

৬৪.২৪

২২.৪৬

৬৪.৪৯

৩২

ওড়িশা

কটক

৭১.৭৪

৭০.৬৩

১৭.৭০

৭১.২০

৩৩

ওড়িশা

ধেংকানাল

৭৭.৪৯

৭৮.৫৯

১৮.১৩

৭৮.০১

৩৪  

ওড়িশা

কেৱনঝাৰ

৭৮.২৭

৭৯.৬৭

১৫.৭৯

৭৮.৯৭

৩৫

ওড়িশা

পুৰী

৭৪.১৫

৭৬.৮২

২১.১০

৭৫.৪৩

৩৬

ওড়িশা

সম্বলপুৰ

৭৯.২৫

৭৯.৭৫

২৪.৮২

৭৯.৫০

৩৭

উত্তৰ প্ৰদেশ

এলাহাবাদ

৫১.৬১

৫২.০৮

২.১০

৫১.৮২

৩৮

উত্তৰ প্ৰদেশ

আম্বেদকাৰ নগৰ

৫৮.৯৮

৬৪.৪০

১৫.১৫

৬১.৫৮

৩৯

উত্তৰ প্ৰদেশ

আজমগড়

৫২.৭১

৬০.০৫

১৩.৯৫

৫৬.১৬

৪০

উত্তৰ প্ৰদেশ

বস্তি

৫৩.২৮

৬০.৫২

১১.৩৪

৫৬.৬৭

৪১

উত্তৰ প্ৰদেশ

ভাধহি

৫০.৮৯

৫৫.৫২

৩.৫১

৫৩.০৭

৪২

উত্তৰ প্ৰদেশ

দোমৰিয়াগঞ্জ

৪৭.১৫

৫৭.৪৭

৩.৫৫

৫১.৯৭

৪৩

উত্তৰ প্ৰদেশ

জৌনপুৰ

৫৩.১৭

৫৮.২২

৫.৪৯

৫৫.৫৯

৪৪

উত্তৰ প্ৰদেশ

লালগঞ্জ

৪৯.৮৮

৫৯.৩৩

৪.০০

৫৪.৩৮

৪৫

উত্তৰ প্ৰদেশ

মচলিশ্বহৰ

৫১.৪১

৫৭.৮৮

১.৪৫

৫৪.৪৯

৪৬

উত্তৰ প্ৰদেশ

ফুলপুৰ

৪৯.৩০

৪৮.৪৫

২.৫৫

৪৮.৯১

৪৭

উত্তৰ প্ৰদেশ

প্ৰতাপগড়

৪৮.১৩

৫৫.১৮

২০.০০

৫১.৪৫

৪৮

উত্তৰ প্ৰদেশ

সন্ত কবিৰ নগৰ

৪৮.২১

৫৭.৫৩

২.২৭

৫২.৫৭

৪৯

উত্তৰ প্ৰদেশ

শ্ৰাৱষ্টি

৫১.৬৩

৫৪.২১

২৪.০৭

৫২.৮৩

৫০

উত্তৰ প্ৰদেশ

চুলতানপুৰ

৫২.৬২

৫৮.৯০

৬.১২

৫৫.৬৩

৫১

পশ্চিম বংগ

বাংকুৰা

৮০.৮৩

৮০.৬৭

০.০০

৮০.৭৫

৫২

পশ্চিম বংগ

বিষ্ণুপুৰ

৮৬.৫১

৮৫.২৯

৫০.০০

৮৫.৯১

৫৩

পশ্চিম বংগ

ঘটল

৭৯.১৯

৮৫.২৪

৪১.১৮

৮২.১৭

৫৪

পশ্চিম বংগ

ঝাৰগ্ৰাম

৮৩.৫৫

৮৩.৩৯

২১.০৫

৮৩.৪৭

৫৫

পশ্চিম বংগ

কাঁঠি

৮২.২৬

৮৭,৪১

১২.৫০

৮৪.৭৭

৫৬

পশ্চিম বংগ

মেদিনীপুৰ

৮০.৮৭

৮২.২৬

৫৮.৬২

৮১.৫৬

৫৭

পশ্চিম বংগ

পুৰুলিয়া

৭৮.০০

৭৮.৭৯

১৫.৭৯

৭৮.৩৯

৫৮

পশ্চিম বংগ

তমলুক

৮২.১১

৮৭.৬০

২৮.৯৫

৮৪.৭৯

 

মুঠ ৫৮ সং.স.

৬১.৯৫

৬৪.৯৫

১৮.৬৭

৬৩.৩৭

 

তালিকা ৩:

পৰ্যায় ৬-ৰ বাবে পৰম সংখ্যাত ভোটাৰৰ ভোটদানৰ তথ্য

 

ক্ৰমিক নং

ৰাজ্য

সংসদীয় সমষ্টিৰ নাম

ভোটাৰৰ সংখ্যা*

**ভোটদানৰ হাৰ(%)

ভোটৰ সংখ্যা***

বিহাৰ

গোপালগঞ্জ

২০২৪৬৭৩

৫২.৩২

১০৫৯২৯৮

বিহাৰ

মহাৰাজগঞ্জ

১৯৩৪৯৩৭

৫২.২৭

১০১১৪২১

বিহাৰ

পশ্চিম চাম্পাৰণ

১৭৫৬০৭৮

৬১.৬২

১০৮২১৭৮

বিহাৰ

পূৰ্বী চাম্পাৰণ

১৭৯০৭৬১

৫৯.৬৮

১০৬৮৬৪২

বিহাৰ

শিউহৰ

১৮৩২৭৪৫

৫৭.৪০

১০৫২০২১

বিহাৰ

ছিৱান

১৮৯৬৫১২

৫২.৪৯

৯৯৫৪১৬

বিহাৰ

বৈশালী

১৮৬৯১৭৮

৬২.৫৯

১১৭০০০৯

বিহাৰ

বাল্মীকি নগৰ

১৮২৭২৮১

৬০.১৯

১০৯৯৭৮১

হাৰিয়ানা

আম্বালা

১৯৯৬৭০৮

৬৭.৩৪

১৩৪৪৫০৩

১০

হাৰিয়ানা

ভিৱানী-মহেন্দ্ৰগড়

১৭৯৩০২৯

৬৫.৩৯

১১৭২৫২৬

১১

হাৰিয়ানা

ফৰিদাবাদ

২৪৩০২১২

৬০.৫২

১৪৭০৬৪৯

১২

হাৰিয়ানা

গুৰগাঁও

২৫৭৩৪১১

৬২.০৩

১৫৯৬২৪০

১৩

হাৰিয়ানা

হিছাৰ

১৭৯০৭২২

৬৫.২৭

১১৬৮৭৮৪

১৪

হাৰিয়ানা

কাৰ্নাল

২১০৪২২৯

৬৩.৭৪

১৩৪১১৭৪

১৫

হাৰিয়ানা

কুৰুক্ষেত্ৰ

১৭৯৪৩০০

৬৭.০১

১২০২৪০১

১৬

হাৰিয়ানা

ৰোহটক

১৮৮৯৮৪৪

৬৫.৬৮

১২৪১২০১

১৭

হাৰিয়ানা

ছিৰ্ছা

১৯৩৭৬৮৯

৬৯.৭৭

১৩৫১৯৩২

১৮

হাৰিয়ানা

সোণিপট

১৭৬৬৬২৪

৬৩.৪৪

১১২০৭৯১

১৯

জম্মু আৰু কাশ্মীৰ

অনন্তনাগ-ৰাজৌৰী

১৮৩৬৫৭৬

৫৫.৪০

১০১৭৪৫১

২০

ঝাৰখণ্ড

ধানবাদ

২২৮৫২৩৭

৬২.০৬

১৪১৮২৬৪

২১

ঝাৰখণ্ড

গিৰিদি

১৮৬৪৬৬০

৬৭.২৩

১২৫৩৫৫৩

২২

ঝাৰখণ্ড

জামছেদপুৰ

১৮৬৯২৭৮

৬৭.৬৮

১২৬৫১৬৯

২৩

ঝাৰখণ্ড

ৰাঁচি

২১৯৭৩৩১

৬৫.৩৬

১৪৩৬১২৭

২৪

দিল্লী ৰাজধানী এলেকা

চান্দনী চক

১৬৪৫৯৫৮

৫৮.৬০

৯৬৪৫০৩

২৫

দিল্লী ৰাজধানী এলেকা

পূব দিল্লী

২১২০৫৮৪

৫৯.৫১

১২৬১৯৮৮

২৬

দিল্লী ৰাজধানী এলেকা

নতুন দিল্লী

১৫২৫০৭১

৫৫.৪৩

৮৪৫২৮৫

২৭

দিল্লী ৰাজধানী এলেকা

উত্তৰ-পূব দিল্লী

২৪৬৩১৫৯

৬২.৮৯

১৫৪৯২০২

২৮

দিল্লী ৰাজধানী এলেকা

উত্তৰ-পশ্চিম দিল্লী

২৫৬৭৪২৩

৫৭.৮৫

১৪৮৫৩৭৮

২৯

দিল্লী ৰাজধানী এলেকা

দক্ষিণ দিল্লী

২২৯১৭৬৪

৫৬.৪৫

১২৯৩৫৯৮

৩০

দিল্লী ৰাজধানী এলেকা

পশ্চিম দিল্লী

২৫৮৭৯৭৭

৫৮.৭৯

১৫২১৫৪১

৩১

ওড়িশা

ভুৱনেশ্বৰ

১৬৭২৭৭৪

৬৪.৪৯

১০৭৮৮১০

৩২

ওড়িশা

কটক

১৫৭১৬২২

৭১.২০

১১১৮৯১৮

৩৩

ওড়িশা

ধেংকানাল

১৫২৯৭৮৫

৭৮.০১

১১৯৩৪৬০

৩৪  

ওড়িশা

কেৱনঝাৰ

১৫৮৮১৭৯

৭৮.৯৭

১২৫৪১৬৩

৩৫

ওড়িশা

পুৰী

১৫৮৬৪৬৫

৭৫.৪৩

১১৯৬৬৮৪

৩৬

ওড়িশা

সম্বলপুৰ

১৪৯৯৭২৮

৭৯.৫০

১১৯২২২৬

৩৭

উত্তৰ প্ৰদেশ

এলাহাবাদ

১৮২৫৭৩০

৫১.৮২

৯৪৬০৭৬

৩৮

উত্তৰ প্ৰদেশ

আম্বেদকাৰ নগৰ

১৯১১২৯৭

৬১.৫৮

১১৭৬৯২০

৩৯

উত্তৰ প্ৰদেশ

আজমগড়

১৮৬৮১৬৫

৫৬.১৬

১০৪৯২০৫

৪০

উত্তৰ প্ৰদেশ

বস্তি

১৯০২৮৯৮

৫৬.৬৭

১০৭৮৩১৩

৪১

উত্তৰ প্ৰদেশ

ভাধহি

২০৩৭৯২৫

৫৩.০৭

১০৮১৪৬৫

৪২

উত্তৰ প্ৰদেশ

দোমৰিয়াগঞ্জ

১৯৬১৮৪৫

৫১.৯৭

১০১৯৫৪৮

৪৩

উত্তৰ প্ৰদেশ

জৌনপুৰ

১৯৭৭২৩৭

৫৫.৫৯

১০৯৯২২৩

৪৪

উত্তৰ প্ৰদেশ

লালগঞ্জ

১৮৩৮৮৮২

৫৪.৩৮

১০০০০৫৩

 

৪৫

উত্তৰ প্ৰদেশ

মচলিশ্বহৰ

১৯৪০৬০৫

৫৪.৪৯

১০৫৭৩৬১

৪৬

উত্তৰ প্ৰদেশ

ফুলপুৰ

২০৬৭০৪৩

৪৮.৯১

১০১০৯০৯

৪৭

উত্তৰ প্ৰদেশ

প্ৰতাপগড়

১৮৩৩৩১২

৫১.৪৫

৯৪৩২৪৫

৪৮

উত্তৰ প্ৰদেশ

সন্ত কবিৰ নগৰ

২০৭১৯৬৪

৫২.৫৭

১০৮৯১৫৪

৪৯

উত্তৰ প্ৰদেশ

শ্ৰাৱষ্টি

১৯৮০৩৮১

৫২.৮৩

১০৪৬২৫৩

৫০

উত্তৰ প্ৰদেশ

চুলতানপুৰ

১৮৫২৫৯০

৫৫.৬৩

১০৩০৫৮৩

৫১

পশ্চিম বংগ

বাংকুৰা

১৭৮০৫৮০

৮০.৭৫

১৪৩৭৮২৬

৫২

পশ্চিম বংগ

বিষ্ণুপুৰ

১৭৫৪২৬৮

৮৫.৯১

১৫০৭০৪০

৫৩

পশ্চিম বংগ

ঘাটল

১৯৩৯৯৪৫

৮২.১৭

১৫৯৩৯৯০

৫৪

পশ্চিম বংগ

ঝাৰগ্ৰাম

১৭৭৯৭৯৪

৮৩.৪৭

১৪৮৫৫৯১

৫৫

পশ্চিম বংগ

কাঁঠি

১৭৯৪৫৩৭

৮৪.৭৭

১৫২১১৫৯

৫৬

পশ্চিম বংগ

মেদিনীপুৰ

১৮১১২৪৩

৮১.৫৬

১৪৭৭৩০৯

৫৭

পশ্চিম বংগ

পুৰুলিয়া

১৮২৩১২০

৭৮.৩৯

১৪২৯১৯০

৫৮

পশ্চিম বংগ

তমলুক

১৮৫০৭৪১

৮৪.৭৯

১৫৬৯২৩৩

৫৮টা সংসদীয় সমষ্টি

১১১৩১৬৬০৬

৬৩.৩৭

৭০৫৪৪৯৩৩

* ২৩ মে, ২০২৪ তাৰিখৰ নিৰ্বাচন আয়োগৰ ‘প্ৰেছ নোট’ নং ৯৯-ৰ জৰিয়তে জনোৱা অনুসৰি

**ভোটাৰ টাৰ্ণআউট এপ’ত নিৰন্তৰভাৱে উপলব্ধ

***ক্ষেত্ৰ বিষয়াসকলে প্ৰবিষ্ট কৰাৰ দৰে। ‘ডাক বেলট’ অন্তৰ্ভুক্ত নহয়

 

তালিকা-

পৰ্যায়-: সংসদীয় সমষ্টি অনুসৰি ভোটদাতাৰ সংখ্যা

 

পৰ্যায়-৭: সংসদীয় সমষ্টি অনুসৰি ভোটদাতাৰ সংখ্যা

ৰাজ্য

সংদীয় সমষ্টি

ভোটদাতা*

বিহাৰ

আৰা

21,65,574

বিহাৰ

বক্সৰ

19,23,164

বিহাৰ

জাহানাবাদ

16,70,327

বিহাৰ

কৰাকট

18,81,191

বিহাৰ

নালন্দা

22,88,240

বিহাৰ

পাটলিপুত্ৰ

20,73,685

বিহাৰ

পাটনা চাহিব

22,92,045

বিহাৰ

চাচাৰাম (অনুসূচিত জাতি)

19,10,368

চণ্ডিগড়

চণ্ডিগড়

6,59,805

হিমাচল প্ৰদেশ

হামিৰপুৰ

14,32,636

হিমাচল প্ৰদেশ

কাংৰা

15,02,514

হিমাচল প্ৰদেশ

মাণ্ডি

13,64,060

হিমাচল প্ৰদেশ

ছিমলা

13,46,369

ঝাৰখণ্ড

ডুমকা

15,91,061

ঝাৰখণ্ড

গোদ্দা

20,28,154

ঝাৰখণ্ড

ৰাজমহল

17,04,671

ওড়িশা

বালাছোৰ

16,08,014

ওড়িশা

ভদ্ৰক

17,70,915

ওড়িশা

জগতসিংপুৰ

17,00,814

ওড়িশা

জয়পুৰ

15,45,664

ওড়িশা

কেন্দ্ৰপাৰা

17,92,723

ওড়িশা

ময়ুৰভঞ্জ

15,42,927

পাঞ্জাৱ

অমৃতসৰ

16,11,263

পাঞ্জাৱ

আনন্দপুৰ চাহিব

17,32,211

পাঞ্জাৱ

ভাটিণ্ডা

16,51,188

পাঞ্জাৱ

ফৰিদকোট

15,94,033

 

পাঞ্জাৱ

ফটেহগড় চাহিব

15,52,567

পাঞ্জাৱ

ফিৰোজপুৰ

16,70,008

পাঞ্জাৱ

গুৰদাসপুৰ

16,05,204

পাঞ্জাৱ

হোচিয়াৰপুৰ

16,01,826

পাঞ্জাৱ

জলন্ধৰ

16,54,005

পাঞ্জাৱ

খাদুৰ চাহিব

16,67,797

পাঞ্জাৱ

লুধিয়ানা

17,58,614

পাঞ্জাৱ

পাটিয়ালা

18,06,424

পাঞ্জাৱ

ছাংগ্ৰুৰ

15,56,601

উত্তৰ প্ৰদেশ

বালিয়া

19,23,645

উত্তৰ প্ৰদেশ

বাঁচগাঁও

18,20,854

উত্তৰ প্ৰদেশ

চন্দৌলি

18,43,196

উত্তৰ প্ৰদেশ

দেওৰিয়া

18,73,821

উত্তৰ প্ৰদেশ

গাজীপুৰ

20,74,883

উত্তৰ প্ৰদেশ

ঘোছি

20,83,928

উত্তৰ প্ৰদেশ

গোৰখপুৰ

20,97,202

উত্তৰ প্ৰদেশ

কুশী নগৰ

18,75,222

উত্তৰ প্ৰদেশ

মহাৰাজগঞ্জ

20,04,050

উত্তৰ প্ৰদেশ

মিৰ্জাপুৰ

19,06,327

উত্তৰ প্ৰদেশ

ৰবাৰ্টগঞ্জ

17,79,189

উত্তৰ প্ৰদেশ

ছালেমপুৰ

17,76,982

উত্তৰ প্ৰদেশ

বাৰনসী

19,97,578

পশ্চিম বংগ

বাৰাছট

19,05,400

পশ্চিম বংগ

বছিৰহাট

18,04,261

পশ্চিম বংগ

ডায়মণ্ড হাৰ্বাৰ

18,80,779

পশ্চিম বংগ

দমদম

16,99,656

পশ্চিম বংগ

যাদৱপুৰ

20,33,525

পশ্চিম বংগ

জয়নগৰ

18,44,780

পশ্চিম বংগ

কলকাটা দক্ষিণ

18,49,520

পশ্চিম বংগ

কলকাটা উত্তৰ

15,05,356

পশ্চিম বংগ

মথুৰাপুৰ

18,17,068

* ভোটাৰৰ সংখ্যাত সেৱা ভোটাৰৰ গণনা অন্তৰ্ভুক্ত নহয়

******

DK/RP/KB



(Release ID: 2022191) Visitor Counter : 26