ভাৰতীয় নিৰ্বাচন আয়োগ
‘সাধাৰণ নিৰ্বাচন ২০২৪’-ৰ ‘ষষ্ঠ পৰ্যায়’ত ভোটদানৰ ৬৩.৩৭% হাৰ নথিভুক্ত কৰা হৈছে
‘ষষ্ঠ পৰ্যায়’ৰ ভোটদাতাৰ পৰম সংখ্যা ঘোষণা কৰা হৈছে ‘সপ্তম পৰ্যায়’ৰ বাবে সংসদীয় সমষ্টি অনুসৰি ভোটদাতাৰ পৰিসংখ্যা ঘোষণা কৰা হৈছে
Posted On:
28 MAY 2024 6:11PM by PIB Guwahati
নিৰ্বাচন আয়োগে ইতিমধ্যে ২৫.০৫.২০২৪ তাৰিখে প্ৰকাশ কৰা দুটা ‘প্ৰেছ টোকা’ৰ ধাৰাবাহিকতা ৰক্ষা কৰি চলিত ‘সাধাৰণ নিৰ্বাচন ২০২৪’-ৰ ‘ষষ্ঠ পৰ্যায়’ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৫৮টা সংসদীয় সমষ্টিত ভোটদানৰ হাৰ ৬৩.৩৭% নথিভুক্ত কৰা হৈছে। ‘ষষ্ঠ পৰ্যায়’ৰ লিংগ অনুসৰি ভোটদাতাৰ পৰিসংখ্যা তলত দিয়া হৈছে:
পৰ্যায়
|
পুৰুষৰ হাৰ
|
মহিলাৰ হাৰ
|
তৃতীয় লিংগৰ হাৰ
|
সামগ্ৰিক হাৰ
|
পৰ্যায় ৬
|
৬১.৯৫%
|
৬৪.৯৫%
|
১৮.৬৭%
|
৬৩.৩৭%
|
২. ‘পৰ্যায় ৬’-ৰ ৰাজ্য অনুসৰি আৰু সংসদীয় সমষ্টি অনুসৰি ভোটদাতাৰ ভোটদানৰ তথ্য ক্ৰমে ‘তালিকা ১ আৰু ২’-ত দিয়া হৈছে। ‘ষষ্ঠ পৰ্যায়’ৰ ভোটাৰৰ পৰম সংখ্যা ‘তালিকা ৩’-ত দিয়া হৈছে। প্ৰাৰ্থীসকলক তেওঁলোকৰ ‘ভোটদান এজেণ্ট’-ৰ জৰিয়তে একোটা সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰৰ বাবে ‘প্ৰপত্ৰ ১৭-চি’ৰ প্ৰতিলিপিও প্ৰদান কৰা হয়। নিৰ্বাচনৰ দিনা প্ৰাৰ্থীসকলৰ সৈতে সহভাগ কৰা ‘প্ৰপত্ৰ ১৭-চি’-ৰ তথ্যকে প্ৰকৃত তথ্য হিচাপে গণ্য কৰা হ’ব। ‘ডাক বেলট’ৰ গণনা আৰু মুঠ ভোট গণনাত ইয়াৰ সংযোজনেৰে ভোটদানৰ চূড়ান্ত হাৰ কেৱল গণনাৰ পিছতহে উপলব্ধ হ'ব। ‘ডাক বেলট’ৰ ভিতৰত আছে সেৱাৰত ভোটদাতাসকলক প্ৰদান কৰা ‘ডাক বেলট’, অনুপস্থিত ভোটদাতা (৮৫+, ‘পিডব্লিউডি’, অত্যাৱশ্যকীয় সেৱাৰে জড়িত ইত্যাদি) আৰু নিৰ্বাচনী কৰ্তব্যত থকা ভোটাৰ। আইনী ব্যৱস্থা অনুসৰি লাভ কৰা এনে ‘ডাক বেলট’ৰ দৈনিক হিচাপ সকলো প্ৰাৰ্থীকে দি থকা হয়।
৩. ইয়াৰ উপৰিও, ১ জুন, ২০২৪ তাৰিখে ‘সপ্তম পৰ্যায়’ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা ৫৭টা সংসদীয় সমষ্টিৰ বাবে পঞ্জীভুক্ত ভোটাৰসকলৰ সংসদীয় সমষ্টি অনুসৰি বিৱৰণ ‘তালিকা ৪’-ত প্ৰদান কৰা হৈছে।
তালিকা ১:
পৰ্যায়-৬
তালিকা ১: ভোটকেন্দ্ৰসমূহত ৰাজ্য-অনুসৰি আৰু লিংগ-অনুসৰি ভোটাৰৰ ভোটদানৰ হাৰ
ক্ৰমিক নং
|
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল
|
সংসদীয় সমষ্টিৰ সংখ্যা
|
ভোটদানৰ হাৰ (%)
|
পুৰুষ
|
মহিলা
|
অন্যান্য
|
মুঠ
|
১
|
বিহাৰ
|
৮
|
৫১.৯৫
|
৬২.৯৫
|
৭.২৪
|
৫৭.১৮
|
২
|
হাৰিয়ানা
|
১০
|
৬৫.৯৭
|
৬৩.৪৯
|
১৮.২০
|
৬৪.৮০
|
৩
|
জম্মু আৰু কাশ্মীৰ
|
১
|
৫৭.৮৬
|
৫২.৮৬
|
২২.২২
|
৫৫.৪০
|
৪
|
ঝাৰখণ্ড
|
৪
|
৬৪.৮৭
|
৬৫.৯৪
|
৩৭.৯৩
|
৬৫.৩৯
|
৫
|
দিল্লী ৰাজধানী এলেকা
|
৭
|
৫৯.০৩
|
৫৮.২৯
|
২৮.০১
|
৫৮.৬৯
|
৬
|
ওড়িশা
|
৬
|
৭৪.০৭
|
৭৪.৮৬
|
২০.৭৬
|
৭৪.৪৫
|
৭
|
উত্তৰ প্ৰদেশ
|
১৪
|
৫১.৩১
|
৫৭.১২
|
৫.৪১
|
৫৪.০৪
|
৮
|
পশ্চিম বংগ
|
৮
|
৮১.৬২
|
৮৩.৮৩
|
৩৩.০৮
|
৮২.৭১
|
৮ ৰাজ্য / কে.শা.অ. [৫৮ সং. স]
|
৫৮
|
৬১.৯৫
|
৬৪.৯৫
|
১৮.৬৭
|
৬৩.৩৭
|
|
|
|
|
|
|
|
|
তালিকা-২:
পৰ্যায়-৬
তালিকা ২: ভোটকেন্দ্ৰসমূহত সংসদীয় সমষ্টি আৰু লিংগ-অনুসৰি ভোটাৰৰ ভোটদানৰ হাৰ
ক্ৰমিক নং
|
ৰাজ্য/কে.শা.অঞ্চল
|
সংসদীয় সমষ্টি
|
ভোটদানৰ হাৰ (%)
|
|
পুৰুষ
|
মহিলা
|
অন্যান্য
|
মুঠ
|
|
১
|
বিহাৰ
|
গোপালগঞ্জ
|
৪৬.৪০
|
৫৮.৪৪
|
৬.২৫
|
৫২.৩২
|
|
২
|
বিহাৰ
|
মহাৰাজগঞ্জ
|
৪৬.৬৮
|
৫৮.৩৬
|
০.০০
|
৫২.২৭
|
|
৩
|
বিহাৰ
|
পশ্চিম চাম্পাৰণ
|
৫৭.২১
|
৬৬.৬৭
|
৯.৩৮
|
৬১.৬২
|
|
৪
|
বিহাৰ
|
পূৰ্বী চাম্পাৰণ
|
৫৫.০২
|
৬৪.৮২
|
২৩.৮১
|
৫৯.৬৮
|
|
৫
|
বিহাৰ
|
শিউহৰ
|
৫১.৭৯
|
৬৩.৬৮
|
৩.১৭
|
৫৭.৪০
|
|
৬
|
বিহাৰ
|
ছিৱান
|
৪৭.০৮
|
৫৮.৩৭
|
৫.৪৫
|
৫২.৪৯
|
|
৭
|
বিহাৰ
|
বৈশালী
|
৫৭.২০
|
৬৮.৬৩
|
৪.৩৫
|
৬২.৫৯
|
৮
|
বিহাৰ
|
বাল্মীকি নগৰ
|
৫৫.০৩
|
৬৫.৯৯
|
৯.৭২
|
৬০.১৯
|
|
৯
|
হাৰিয়ানা
|
আম্বালা
|
৬৮.৫১
|
৬৬.০২
|
৭.৮৯
|
৬৭.৩৪
|
|
১০
|
হাৰিয়ানা
|
ভিৱানী-মহেন্দ্ৰগড়
|
৬৬.৩৬
|
৬৪.৩১
|
৭.৬৯
|
৬৫.৩৯
|
|
১১
|
হাৰিয়ানা
|
ফৰিদাবাদ
|
৬১.৭৭
|
৫৯.০৪
|
৫.০৪
|
৬০.৫২
|
|
১২
|
হাৰিয়ানা
|
গুৰগাঁও
|
৬৩.০৬
|
৬০.৮৮
|
৮.৯৭
|
৬২.০৩
|
|
১৩
|
হাৰিয়ানা
|
হিছাৰ
|
৬৬.৬৫
|
৬৩.৬৯
|
২৭.২৭
|
৬৫.২৭
|
|
১৪
|
হাৰিয়ানা
|
কাৰ্নাল
|
৬৫.১৬
|
৬২.১৫
|
৫০.০০
|
৬৩.৭৪
|
|
১৫
|
হাৰিয়ানা
|
কুৰুক্ষেত্ৰ
|
৬৭.৬৬
|
৬৬.৩০
|
৫০.০০
|
৬৭.০১
|
|
১৬
|
হাৰিয়ানা
|
ৰোহটক
|
৬৬.৮৮
|
৬৪.৩৩
|
৯.৫২
|
৬৫.৬৮
|
|
১৭
|
হাৰিয়ানা
|
ছিৰ্ছা
|
৭১.২৬
|
৬৮.১১
|
৪৮.৮৪
|
৬৯.৭৭
|
|
১৮
|
হাৰিয়ানা
|
সোণিপট
|
৬৪.৬৯
|
৬২.০২
|
১৮.১৮
|
৬৩.৪৪
|
|
১৯
|
জম্মু আৰু কাশ্মীৰ
|
অনন্তনাগ-ৰাজৌৰী
|
৫৭.৮৬
|
৫২.৮৬
|
২২.২২
|
৫৫.৪০
|
|
২০
|
ঝাৰখণ্ড
|
ধানবাদ
|
৬১.৮২
|
৬২.৩৩
|
৩১.২৫
|
৬২.০৬
|
|
২১
|
ঝাৰখণ্ড
|
গিৰিদি
|
৬৫.০০
|
৬৯.৬০
|
৮৭.৫০
|
৬৭.২৩
|
|
২২
|
ঝাৰখণ্ড
|
জামছেদপুৰ
|
৬৭.৮৭
|
৬৭.৪৯
|
৪২.১১
|
৬৭.৬৮
|
|
২৩
|
ঝাৰখণ্ড
|
ৰাঁচি
|
৬৫.৫২
|
৬৫.১৯
|
৩১.৮৮
|
৬৫.৩৬
|
|
|
|
|
|
|
|
|
|
|
২৪
|
দিল্লী ৰাজধানী এলেকা
|
চান্দনী চক
|
৫৯.৪৪
|
৫৭.৬২
|
৩২.১৪
|
৫৮.৬০
|
২৫
|
দিল্লী ৰাজধানী এলেকা
|
পূব দিল্লী
|
৫৯.৩৪
|
৫৯.৭২
|
৫২.৮৮
|
৫৯.৫১
|
২৬
|
দিল্লী ৰাজধানী এলেকা
|
নতুন দিল্লী
|
৫৫.৫৫
|
৫৫.২৮
|
২৬.৯২
|
৫৫.৪৩
|
২৭
|
দিল্লী ৰাজধানী এলেকা
|
উত্তৰ-পূব দিল্লী
|
৬৩.৫৫
|
৬২.১৩
|
৪১.৬১
|
৬২.৮৯
|
২৮
|
দিল্লী ৰাজধানী এলেকা
|
উত্তৰ-পশ্চিম দিল্লী
|
৫৮.৪৯
|
৫৭.১২
|
২২.৯০
|
৫৭.৮৫
|
২৯
|
দিল্লী ৰাজধানী এলেকা
|
দক্ষিণ দিল্লী
|
৫৬.২৮
|
৫৬.৬৭
|
১৩.৩৯
|
৫৬.৪৫
|
৩০
|
দিল্লী ৰাজধানী এলেকা
|
পশ্চিম দিল্লী
|
৫৯.৩২
|
৫৮.২০
|
৩৫.৮৮
|
৫৮.৭৯
|
৩১
|
ওড়িশা
|
ভুৱনেশ্বৰ
|
৬৪.৭৫
|
৬৪.২৪
|
২২.৪৬
|
৬৪.৪৯
|
৩২
|
ওড়িশা
|
কটক
|
৭১.৭৪
|
৭০.৬৩
|
১৭.৭০
|
৭১.২০
|
৩৩
|
ওড়িশা
|
ধেংকানাল
|
৭৭.৪৯
|
৭৮.৫৯
|
১৮.১৩
|
৭৮.০১
|
৩৪
|
ওড়িশা
|
কেৱনঝাৰ
|
৭৮.২৭
|
৭৯.৬৭
|
১৫.৭৯
|
৭৮.৯৭
|
৩৫
|
ওড়িশা
|
পুৰী
|
৭৪.১৫
|
৭৬.৮২
|
২১.১০
|
৭৫.৪৩
|
৩৬
|
ওড়িশা
|
সম্বলপুৰ
|
৭৯.২৫
|
৭৯.৭৫
|
২৪.৮২
|
৭৯.৫০
|
৩৭
|
উত্তৰ প্ৰদেশ
|
এলাহাবাদ
|
৫১.৬১
|
৫২.০৮
|
২.১০
|
৫১.৮২
|
৩৮
|
উত্তৰ প্ৰদেশ
|
আম্বেদকাৰ নগৰ
|
৫৮.৯৮
|
৬৪.৪০
|
১৫.১৫
|
৬১.৫৮
|
৩৯
|
উত্তৰ প্ৰদেশ
|
আজমগড়
|
৫২.৭১
|
৬০.০৫
|
১৩.৯৫
|
৫৬.১৬
|
৪০
|
উত্তৰ প্ৰদেশ
|
বস্তি
|
৫৩.২৮
|
৬০.৫২
|
১১.৩৪
|
৫৬.৬৭
|
৪১
|
উত্তৰ প্ৰদেশ
|
ভাধহি
|
৫০.৮৯
|
৫৫.৫২
|
৩.৫১
|
৫৩.০৭
|
৪২
|
উত্তৰ প্ৰদেশ
|
দোমৰিয়াগঞ্জ
|
৪৭.১৫
|
৫৭.৪৭
|
৩.৫৫
|
৫১.৯৭
|
৪৩
|
উত্তৰ প্ৰদেশ
|
জৌনপুৰ
|
৫৩.১৭
|
৫৮.২২
|
৫.৪৯
|
৫৫.৫৯
|
৪৪
|
উত্তৰ প্ৰদেশ
|
লালগঞ্জ
|
৪৯.৮৮
|
৫৯.৩৩
|
৪.০০
|
৫৪.৩৮
|
৪৫
|
উত্তৰ প্ৰদেশ
|
মচলিশ্বহৰ
|
৫১.৪১
|
৫৭.৮৮
|
১.৪৫
|
৫৪.৪৯
|
৪৬
|
উত্তৰ প্ৰদেশ
|
ফুলপুৰ
|
৪৯.৩০
|
৪৮.৪৫
|
২.৫৫
|
৪৮.৯১
|
৪৭
|
উত্তৰ প্ৰদেশ
|
প্ৰতাপগড়
|
৪৮.১৩
|
৫৫.১৮
|
২০.০০
|
৫১.৪৫
|
৪৮
|
উত্তৰ প্ৰদেশ
|
সন্ত কবিৰ নগৰ
|
৪৮.২১
|
৫৭.৫৩
|
২.২৭
|
৫২.৫৭
|
৪৯
|
উত্তৰ প্ৰদেশ
|
শ্ৰাৱষ্টি
|
৫১.৬৩
|
৫৪.২১
|
২৪.০৭
|
৫২.৮৩
|
৫০
|
উত্তৰ প্ৰদেশ
|
চুলতানপুৰ
|
৫২.৬২
|
৫৮.৯০
|
৬.১২
|
৫৫.৬৩
|
৫১
|
পশ্চিম বংগ
|
বাংকুৰা
|
৮০.৮৩
|
৮০.৬৭
|
০.০০
|
৮০.৭৫
|
৫২
|
পশ্চিম বংগ
|
বিষ্ণুপুৰ
|
৮৬.৫১
|
৮৫.২৯
|
৫০.০০
|
৮৫.৯১
|
৫৩
|
পশ্চিম বংগ
|
ঘটল
|
৭৯.১৯
|
৮৫.২৪
|
৪১.১৮
|
৮২.১৭
|
৫৪
|
পশ্চিম বংগ
|
ঝাৰগ্ৰাম
|
৮৩.৫৫
|
৮৩.৩৯
|
২১.০৫
|
৮৩.৪৭
|
৫৫
|
পশ্চিম বংগ
|
কাঁঠি
|
৮২.২৬
|
৮৭,৪১
|
১২.৫০
|
৮৪.৭৭
|
৫৬
|
পশ্চিম বংগ
|
মেদিনীপুৰ
|
৮০.৮৭
|
৮২.২৬
|
৫৮.৬২
|
৮১.৫৬
|
৫৭
|
পশ্চিম বংগ
|
পুৰুলিয়া
|
৭৮.০০
|
৭৮.৭৯
|
১৫.৭৯
|
৭৮.৩৯
|
৫৮
|
পশ্চিম বংগ
|
তমলুক
|
৮২.১১
|
৮৭.৬০
|
২৮.৯৫
|
৮৪.৭৯
|
|
মুঠ ৫৮ সং.স.
|
৬১.৯৫
|
৬৪.৯৫
|
১৮.৬৭
|
৬৩.৩৭
|
তালিকা ৩:
পৰ্যায় ৬-ৰ বাবে পৰম সংখ্যাত ভোটাৰৰ ভোটদানৰ তথ্য
ক্ৰমিক নং
|
ৰাজ্য
|
সংসদীয় সমষ্টিৰ নাম
|
ভোটাৰৰ সংখ্যা*
|
**ভোটদানৰ হাৰ(%)
|
ভোটৰ সংখ্যা***
|
১
|
বিহাৰ
|
গোপালগঞ্জ
|
২০২৪৬৭৩
|
৫২.৩২
|
১০৫৯২৯৮
|
২
|
বিহাৰ
|
মহাৰাজগঞ্জ
|
১৯৩৪৯৩৭
|
৫২.২৭
|
১০১১৪২১
|
৩
|
বিহাৰ
|
পশ্চিম চাম্পাৰণ
|
১৭৫৬০৭৮
|
৬১.৬২
|
১০৮২১৭৮
|
৪
|
বিহাৰ
|
পূৰ্বী চাম্পাৰণ
|
১৭৯০৭৬১
|
৫৯.৬৮
|
১০৬৮৬৪২
|
৫
|
বিহাৰ
|
শিউহৰ
|
১৮৩২৭৪৫
|
৫৭.৪০
|
১০৫২০২১
|
৬
|
বিহাৰ
|
ছিৱান
|
১৮৯৬৫১২
|
৫২.৪৯
|
৯৯৫৪১৬
|
৭
|
বিহাৰ
|
বৈশালী
|
১৮৬৯১৭৮
|
৬২.৫৯
|
১১৭০০০৯
|
৮
|
বিহাৰ
|
বাল্মীকি নগৰ
|
১৮২৭২৮১
|
৬০.১৯
|
১০৯৯৭৮১
|
৯
|
হাৰিয়ানা
|
আম্বালা
|
১৯৯৬৭০৮
|
৬৭.৩৪
|
১৩৪৪৫০৩
|
১০
|
হাৰিয়ানা
|
ভিৱানী-মহেন্দ্ৰগড়
|
১৭৯৩০২৯
|
৬৫.৩৯
|
১১৭২৫২৬
|
১১
|
হাৰিয়ানা
|
ফৰিদাবাদ
|
২৪৩০২১২
|
৬০.৫২
|
১৪৭০৬৪৯
|
১২
|
হাৰিয়ানা
|
গুৰগাঁও
|
২৫৭৩৪১১
|
৬২.০৩
|
১৫৯৬২৪০
|
১৩
|
হাৰিয়ানা
|
হিছাৰ
|
১৭৯০৭২২
|
৬৫.২৭
|
১১৬৮৭৮৪
|
১৪
|
হাৰিয়ানা
|
কাৰ্নাল
|
২১০৪২২৯
|
৬৩.৭৪
|
১৩৪১১৭৪
|
১৫
|
হাৰিয়ানা
|
কুৰুক্ষেত্ৰ
|
১৭৯৪৩০০
|
৬৭.০১
|
১২০২৪০১
|
১৬
|
হাৰিয়ানা
|
ৰোহটক
|
১৮৮৯৮৪৪
|
৬৫.৬৮
|
১২৪১২০১
|
১৭
|
হাৰিয়ানা
|
ছিৰ্ছা
|
১৯৩৭৬৮৯
|
৬৯.৭৭
|
১৩৫১৯৩২
|
১৮
|
হাৰিয়ানা
|
সোণিপট
|
১৭৬৬৬২৪
|
৬৩.৪৪
|
১১২০৭৯১
|
১৯
|
জম্মু আৰু কাশ্মীৰ
|
অনন্তনাগ-ৰাজৌৰী
|
১৮৩৬৫৭৬
|
৫৫.৪০
|
১০১৭৪৫১
|
২০
|
ঝাৰখণ্ড
|
ধানবাদ
|
২২৮৫২৩৭
|
৬২.০৬
|
১৪১৮২৬৪
|
২১
|
ঝাৰখণ্ড
|
গিৰিদি
|
১৮৬৪৬৬০
|
৬৭.২৩
|
১২৫৩৫৫৩
|
২২
|
ঝাৰখণ্ড
|
জামছেদপুৰ
|
১৮৬৯২৭৮
|
৬৭.৬৮
|
১২৬৫১৬৯
|
২৩
|
ঝাৰখণ্ড
|
ৰাঁচি
|
২১৯৭৩৩১
|
৬৫.৩৬
|
১৪৩৬১২৭
|
২৪
|
দিল্লী ৰাজধানী এলেকা
|
চান্দনী চক
|
১৬৪৫৯৫৮
|
৫৮.৬০
|
৯৬৪৫০৩
|
২৫
|
দিল্লী ৰাজধানী এলেকা
|
পূব দিল্লী
|
২১২০৫৮৪
|
৫৯.৫১
|
১২৬১৯৮৮
|
২৬
|
দিল্লী ৰাজধানী এলেকা
|
নতুন দিল্লী
|
১৫২৫০৭১
|
৫৫.৪৩
|
৮৪৫২৮৫
|
২৭
|
দিল্লী ৰাজধানী এলেকা
|
উত্তৰ-পূব দিল্লী
|
২৪৬৩১৫৯
|
৬২.৮৯
|
১৫৪৯২০২
|
২৮
|
দিল্লী ৰাজধানী এলেকা
|
উত্তৰ-পশ্চিম দিল্লী
|
২৫৬৭৪২৩
|
৫৭.৮৫
|
১৪৮৫৩৭৮
|
২৯
|
দিল্লী ৰাজধানী এলেকা
|
দক্ষিণ দিল্লী
|
২২৯১৭৬৪
|
৫৬.৪৫
|
১২৯৩৫৯৮
|
৩০
|
দিল্লী ৰাজধানী এলেকা
|
পশ্চিম দিল্লী
|
২৫৮৭৯৭৭
|
৫৮.৭৯
|
১৫২১৫৪১
|
৩১
|
ওড়িশা
|
ভুৱনেশ্বৰ
|
১৬৭২৭৭৪
|
৬৪.৪৯
|
১০৭৮৮১০
|
৩২
|
ওড়িশা
|
কটক
|
১৫৭১৬২২
|
৭১.২০
|
১১১৮৯১৮
|
৩৩
|
ওড়িশা
|
ধেংকানাল
|
১৫২৯৭৮৫
|
৭৮.০১
|
১১৯৩৪৬০
|
৩৪
|
ওড়িশা
|
কেৱনঝাৰ
|
১৫৮৮১৭৯
|
৭৮.৯৭
|
১২৫৪১৬৩
|
৩৫
|
ওড়িশা
|
পুৰী
|
১৫৮৬৪৬৫
|
৭৫.৪৩
|
১১৯৬৬৮৪
|
৩৬
|
ওড়িশা
|
সম্বলপুৰ
|
১৪৯৯৭২৮
|
৭৯.৫০
|
১১৯২২২৬
|
৩৭
|
উত্তৰ প্ৰদেশ
|
এলাহাবাদ
|
১৮২৫৭৩০
|
৫১.৮২
|
৯৪৬০৭৬
|
৩৮
|
উত্তৰ প্ৰদেশ
|
আম্বেদকাৰ নগৰ
|
১৯১১২৯৭
|
৬১.৫৮
|
১১৭৬৯২০
|
৩৯
|
উত্তৰ প্ৰদেশ
|
আজমগড়
|
১৮৬৮১৬৫
|
৫৬.১৬
|
১০৪৯২০৫
|
৪০
|
উত্তৰ প্ৰদেশ
|
বস্তি
|
১৯০২৮৯৮
|
৫৬.৬৭
|
১০৭৮৩১৩
|
৪১
|
উত্তৰ প্ৰদেশ
|
ভাধহি
|
২০৩৭৯২৫
|
৫৩.০৭
|
১০৮১৪৬৫
|
৪২
|
উত্তৰ প্ৰদেশ
|
দোমৰিয়াগঞ্জ
|
১৯৬১৮৪৫
|
৫১.৯৭
|
১০১৯৫৪৮
|
৪৩
|
উত্তৰ প্ৰদেশ
|
জৌনপুৰ
|
১৯৭৭২৩৭
|
৫৫.৫৯
|
১০৯৯২২৩
|
৪৪
|
উত্তৰ প্ৰদেশ
|
লালগঞ্জ
|
১৮৩৮৮৮২
|
৫৪.৩৮
|
১০০০০৫৩
|
৪৫
|
উত্তৰ প্ৰদেশ
|
মচলিশ্বহৰ
|
১৯৪০৬০৫
|
৫৪.৪৯
|
১০৫৭৩৬১
|
৪৬
|
উত্তৰ প্ৰদেশ
|
ফুলপুৰ
|
২০৬৭০৪৩
|
৪৮.৯১
|
১০১০৯০৯
|
৪৭
|
উত্তৰ প্ৰদেশ
|
প্ৰতাপগড়
|
১৮৩৩৩১২
|
৫১.৪৫
|
৯৪৩২৪৫
|
৪৮
|
উত্তৰ প্ৰদেশ
|
সন্ত কবিৰ নগৰ
|
২০৭১৯৬৪
|
৫২.৫৭
|
১০৮৯১৫৪
|
৪৯
|
উত্তৰ প্ৰদেশ
|
শ্ৰাৱষ্টি
|
১৯৮০৩৮১
|
৫২.৮৩
|
১০৪৬২৫৩
|
৫০
|
উত্তৰ প্ৰদেশ
|
চুলতানপুৰ
|
১৮৫২৫৯০
|
৫৫.৬৩
|
১০৩০৫৮৩
|
৫১
|
পশ্চিম বংগ
|
বাংকুৰা
|
১৭৮০৫৮০
|
৮০.৭৫
|
১৪৩৭৮২৬
|
৫২
|
পশ্চিম বংগ
|
বিষ্ণুপুৰ
|
১৭৫৪২৬৮
|
৮৫.৯১
|
১৫০৭০৪০
|
৫৩
|
পশ্চিম বংগ
|
ঘাটল
|
১৯৩৯৯৪৫
|
৮২.১৭
|
১৫৯৩৯৯০
|
৫৪
|
পশ্চিম বংগ
|
ঝাৰগ্ৰাম
|
১৭৭৯৭৯৪
|
৮৩.৪৭
|
১৪৮৫৫৯১
|
৫৫
|
পশ্চিম বংগ
|
কাঁঠি
|
১৭৯৪৫৩৭
|
৮৪.৭৭
|
১৫২১১৫৯
|
৫৬
|
পশ্চিম বংগ
|
মেদিনীপুৰ
|
১৮১১২৪৩
|
৮১.৫৬
|
১৪৭৭৩০৯
|
৫৭
|
পশ্চিম বংগ
|
পুৰুলিয়া
|
১৮২৩১২০
|
৭৮.৩৯
|
১৪২৯১৯০
|
৫৮
|
পশ্চিম বংগ
|
তমলুক
|
১৮৫০৭৪১
|
৮৪.৭৯
|
১৫৬৯২৩৩
|
৫৮টা সংসদীয় সমষ্টি
|
১১১৩১৬৬০৬
|
৬৩.৩৭
|
৭০৫৪৪৯৩৩
|
* ২৩ মে, ২০২৪ তাৰিখৰ নিৰ্বাচন আয়োগৰ ‘প্ৰেছ নোট’ নং ৯৯-ৰ জৰিয়তে জনোৱা অনুসৰি
** ‘ভোটাৰ টাৰ্ণআউট এপ’ত নিৰন্তৰভাৱে উপলব্ধ
***ক্ষেত্ৰ বিষয়াসকলে প্ৰবিষ্ট কৰাৰ দৰে। ‘ডাক বেলট’ অন্তৰ্ভুক্ত নহয়
তালিকা- ৪
পৰ্যায়-৭: সংসদীয় সমষ্টি অনুসৰি ভোটদাতাৰ সংখ্যা
পৰ্যায়-৭: সংসদীয় সমষ্টি অনুসৰি ভোটদাতাৰ সংখ্যা
|
ৰাজ্য
|
সংদীয় সমষ্টি
|
ভোটদাতা*
|
বিহাৰ
|
আৰা
|
21,65,574
|
বিহাৰ
|
বক্সৰ
|
19,23,164
|
বিহাৰ
|
জাহানাবাদ
|
16,70,327
|
বিহাৰ
|
কৰাকট
|
18,81,191
|
বিহাৰ
|
নালন্দা
|
22,88,240
|
বিহাৰ
|
পাটলিপুত্ৰ
|
20,73,685
|
বিহাৰ
|
পাটনা চাহিব
|
22,92,045
|
বিহাৰ
|
চাচাৰাম (অনুসূচিত জাতি)
|
19,10,368
|
চণ্ডিগড়
|
চণ্ডিগড়
|
6,59,805
|
হিমাচল প্ৰদেশ
|
হামিৰপুৰ
|
14,32,636
|
হিমাচল প্ৰদেশ
|
কাংৰা
|
15,02,514
|
হিমাচল প্ৰদেশ
|
মাণ্ডি
|
13,64,060
|
হিমাচল প্ৰদেশ
|
ছিমলা
|
13,46,369
|
ঝাৰখণ্ড
|
ডুমকা
|
15,91,061
|
ঝাৰখণ্ড
|
গোদ্দা
|
20,28,154
|
ঝাৰখণ্ড
|
ৰাজমহল
|
17,04,671
|
ওড়িশা
|
বালাছোৰ
|
16,08,014
|
ওড়িশা
|
ভদ্ৰক
|
17,70,915
|
ওড়িশা
|
জগতসিংপুৰ
|
17,00,814
|
ওড়িশা
|
জয়পুৰ
|
15,45,664
|
ওড়িশা
|
কেন্দ্ৰপাৰা
|
17,92,723
|
ওড়িশা
|
ময়ুৰভঞ্জ
|
15,42,927
|
পাঞ্জাৱ
|
অমৃতসৰ
|
16,11,263
|
পাঞ্জাৱ
|
আনন্দপুৰ চাহিব
|
17,32,211
|
পাঞ্জাৱ
|
ভাটিণ্ডা
|
16,51,188
|
পাঞ্জাৱ
|
ফৰিদকোট
|
15,94,033
|
পাঞ্জাৱ
|
ফটেহগড় চাহিব
|
15,52,567
|
পাঞ্জাৱ
|
ফিৰোজপুৰ
|
16,70,008
|
পাঞ্জাৱ
|
গুৰদাসপুৰ
|
16,05,204
|
পাঞ্জাৱ
|
হোচিয়াৰপুৰ
|
16,01,826
|
পাঞ্জাৱ
|
জলন্ধৰ
|
16,54,005
|
পাঞ্জাৱ
|
খাদুৰ চাহিব
|
16,67,797
|
পাঞ্জাৱ
|
লুধিয়ানা
|
17,58,614
|
পাঞ্জাৱ
|
পাটিয়ালা
|
18,06,424
|
পাঞ্জাৱ
|
ছাংগ্ৰুৰ
|
15,56,601
|
উত্তৰ প্ৰদেশ
|
বালিয়া
|
19,23,645
|
উত্তৰ প্ৰদেশ
|
বাঁচগাঁও
|
18,20,854
|
উত্তৰ প্ৰদেশ
|
চন্দৌলি
|
18,43,196
|
উত্তৰ প্ৰদেশ
|
দেওৰিয়া
|
18,73,821
|
উত্তৰ প্ৰদেশ
|
গাজীপুৰ
|
20,74,883
|
উত্তৰ প্ৰদেশ
|
ঘোছি
|
20,83,928
|
উত্তৰ প্ৰদেশ
|
গোৰখপুৰ
|
20,97,202
|
উত্তৰ প্ৰদেশ
|
কুশী নগৰ
|
18,75,222
|
উত্তৰ প্ৰদেশ
|
মহাৰাজগঞ্জ
|
20,04,050
|
উত্তৰ প্ৰদেশ
|
মিৰ্জাপুৰ
|
19,06,327
|
উত্তৰ প্ৰদেশ
|
ৰবাৰ্টগঞ্জ
|
17,79,189
|
উত্তৰ প্ৰদেশ
|
ছালেমপুৰ
|
17,76,982
|
উত্তৰ প্ৰদেশ
|
বাৰনসী
|
19,97,578
|
পশ্চিম বংগ
|
বাৰাছট
|
19,05,400
|
পশ্চিম বংগ
|
বছিৰহাট
|
18,04,261
|
পশ্চিম বংগ
|
ডায়মণ্ড হাৰ্বাৰ
|
18,80,779
|
পশ্চিম বংগ
|
দমদম
|
16,99,656
|
পশ্চিম বংগ
|
যাদৱপুৰ
|
20,33,525
|
পশ্চিম বংগ
|
জয়নগৰ
|
18,44,780
|
পশ্চিম বংগ
|
কলকাটা দক্ষিণ
|
18,49,520
|
পশ্চিম বংগ
|
কলকাটা উত্তৰ
|
15,05,356
|
পশ্চিম বংগ
|
মথুৰাপুৰ
|
18,17,068
|
* ভোটাৰৰ সংখ্যাত সেৱা ভোটাৰৰ গণনা অন্তৰ্ভুক্ত নহয়
******
DK/RP/KB
(Release ID: 2022191)
|