প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্বাহবাজ শ্বৰীফক পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত অভিনন্দন জনায়
प्रविष्टि तिथि:
05 MAR 2024 10:18AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী শ্বাহবাজ শ্বৰীফক পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে পোষ্ট কৰে:
"পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্বাহবাজ শ্বৰীফক অভিনন্দন।"
**********
DS/RT
(रिलीज़ आईडी: 2011821)
आगंतुक पटल : 118
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam