পোষ্ট কৰা হৈছে:
05 MAR 2024 10:18AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী শ্বাহবাজ শ্বৰীফক পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে পোষ্ট কৰে:
"পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্বাহবাজ শ্বৰীফক অভিনন্দন।"
**********
DS/RT