প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বেইট দ্বাৰকাৰ ‘দ্বাৰকাধিশ মন্দিৰ’ত দৰ্শন আৰু পূজা সমাপন কৰে
পোষ্ট কৰা হৈছে:
25 FEB 2024 11:21AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেইট দ্বাৰকাৰ ‘দ্বাৰকাধিশ মন্দিৰ’ত দৰ্শন আৰু পূজা সমাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘পোষ্ট’ কৰিছে:
"বেইট দ্বাৰকাৰ ‘দ্বাৰকাধিশ মন্দিৰ’ত প্ৰাৰ্থনা কৰিলোঁ।"
*****
DS/TS/KB
(ৰিলিজ আই ডি : 2008891)
অতিথি কক্ষ : 112
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam