প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পুলৱামাত শ্বহীদ হোৱা সাহসী বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
प्रविष्टि तिथि:
14 FEB 2024 11:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত পুলৱামাত শ্বহীদ হোৱা সাহসী বীৰসকলক স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"পুলৱামাত শ্বহীদ হোৱা সাহসী বীৰসকলক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমাৰ ৰাষ্ট্ৰৰ বাবে তেওঁলোকৰ সেৱা আৰু ত্যাগ সদায় স্মৰণীয় হৈ থাকিব।"
**********
DS/RT
(रिलीज़ आईडी: 2006153)
आगंतुक पटल : 90
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam