উপ-ৰাষ্ট্ৰপতি সচিবালয়
উপ-ৰাষ্ট্ৰপতিয়ে ১৩ ফেব্ৰুৱাৰী, ২০২৪ত অসমৰ গুৱাহাটী ভ্ৰমণ কৰিব
অসমৰ সৰ্বোচ্চ ৰাজ্যিক অসামৰিক সন্মান প্ৰদান কৰিব উপ-ৰাষ্ট্ৰপতিয়ে
प्रविष्टि तिथि:
12 FEB 2024 1:36PM by PIB Guwahati
উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়ে ১৩ ফেব্ৰুৱাৰী, ২০২৪ত অসমৰ গুৱাহাটী ভ্ৰমণ কৰিব।
এদিনীয়া এই ভ্ৰমণসূচীৰে, শ্ৰী ধনখড়ে অসমৰ সৰ্বোচ্চ ৰাজ্যিক অসামৰিক সন্মান যথাঃ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ প্ৰদানৰ কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
********
MS/JK/RC/SB
(रिलीज़ आईडी: 2005242)
आगंतुक पटल : 126