গৃহ মন্ত্ৰালয়

জীৱন ৰক্ষা পদক ছিৰিজ অৱ এৱাৰ্ড - ২০২৩ ৰ বাবে ৰাষ্ট্ৰপতিৰ অনুমোদন

Posted On: 25 JAN 2024 12:35PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৩১ গৰাকী ব্যক্তিলৈ জীৱন ৰক্ষা পদক ছিৰিজ অৱ এৱাৰ্ড-২০২৩ প্ৰদানৰ বাবে যাৱতীয় অনুমোদন জনাইছে। ইয়াৰ ভিতৰত ৩ জনলৈ সৰ্বোত্তম জীৱন ৰক্ষা পদক, ৭ গৰাকীলৈ উত্তম জীৱন ৰক্ষা পদক, আৰু ২১ গৰাকী ব্যক্তিলৈ জীৱন ৰক্ষা পদক প্ৰদান কৰা হৈছে। উল্লেখ্য যে ইয়াৰ মাজৰে তিনিজনক মৰণোত্তৰভাৱে বঁটা প্ৰদানৰৰ বাবে বাচনি কৰা হৈছে। নাম তালিকাৰ সবিশেষ তলত দিয়া ধৰণৰ -  

সৰ্বোত্তম জীৱন ৰক্ষা পদক

 

  1. মাষ্টাৰ এন্থনী ভানমাৱিয়া (মৰণোত্তৰভাৱে), মিজোৰাম
  2. শ্ৰীযুতা মেলোডী লালৰেমৰুআটি (মৰণোত্তৰভাৱে), মিজোৰাম
  3. শ্ৰী সুৰয আৰ (মৰণোত্তৰভাৱে)কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী

উত্তম জীৱন ৰক্ষা পদক

 

  1. শ্ৰী ছাহিল বিছো লাদ, গোৱা
  2. শ্ৰীমতী কাজল কুমাৰী, ঝাৰখণ্ড
  3. শ্ৰী নবীন কুমাৰ ডি, তেলেংগানা
  4. শ্ৰী বিনোদ কুমাৰ, সীমান্ত পথ সংস্থা (Border Road Org)
  5. হাবিলদাৰ শ্বেৰা ৰাম, প্ৰতিৰক্ষা মন্ত্ৰালয়
  6. শ্ৰী মুকেশ কুমাৰ, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী
  7. শ্ৰী নৰেশ কুমাৰ, ৰাষ্ট্ৰীয় তদন্ত সংস্থা

জীৱন ৰক্ষা পদক

 

  1. শ্ৰী এম এছ অনিল কুমাৰ, আন্দামান আৰু নিকোবৰ
  2. শ্ৰী জীতম পৰমেশ্বৰ ৰাও, অন্ধ্ৰ প্ৰদেশ
  3. শ্ৰী সমৰজিৎ বসুমতাৰী, অসম
  4. শ্ৰী সুদেশ কুমাৰ, চণ্ডীগড়
  5. শ্ৰী জাষ্টিন জৰ্জ, কেৰালা
  6. শ্ৰী উইলছন, কেৰালা
  7. শ্ৰী পদ্ম থিনলাছ, লাডাখ
  8. শ্ৰী মহম্মদ আফজল, লাডাখ
  9. শ্ৰীযুতা ড. আদিকা ৰাজাৰাম পাটিল, মহাৰাষ্ট্ৰ
  10. শ্ৰীযুতা ড. প্ৰিয়ংকা ভাৰত কালে, মহাৰাষ্ট্ৰ
  11. শ্ৰীযুতা ড. সোণালী সুনীল বালোড়ে, মহাৰাষ্ট্ৰ
  12. শ্ৰী মাৰিয়া মাইকেল এ, তামিলনাডু
  13. শ্ৰী এছ বিজয়া কুমাৰ, তামিলনাডু
  14. শ্ৰী নৰেশ যোশী, উত্তৰাখণ্ড
  15. শ্ৰী অৰ্জুন মালিক, সীমান্ত পথ সংস্থা
  16. শ্ৰী অমিত কুমাৰ সিং, সীমান্ত সুৰক্ষা বাহিনী
  17. শ্ৰী শ্বেৰ সিং, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী
  18. শ্ৰী ছনু শৰ্মা, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী
  19. শ্ৰী আব্দুল হামিদ, প্ৰতিৰক্ষা মন্ত্ৰালয়
  20. শ্ৰী সুনীল কুমাৰ মিশ্ৰ, প্ৰতিৰক্ষা মন্ত্ৰালয়
  21. শ্ৰী শশীকান্ত কুমাৰ, ৰে’ল মন্ত্ৰালয়

উল্লেখ্য যে জীৱন ৰক্ষা পদক ছিৰিজ বঁটা এগৰাকী লোকৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত মানৱধৰ্ম ৰক্ষাৰ মাজেৰে অনবদ্য কাৰ্য্যৰ বাবে প্ৰদান কৰা হয়। সৰ্বোত্তম জীৱন ৰক্ষা পদক, উত্তম জীৱন ৰক্ষা পদক আৰু জীৱন ৰক্ষা পদক আদি তিনিটা শাখাত এই বঁটা প্ৰদান কৰা হয়। সকলো শ্ৰেণীৰ ব্যক্তি এই বঁটাৰ বাবে যোগ্য। মৰণোত্তৰভাৱেও এই বঁটা প্ৰদান কৰা হয়।

এই অনবদ্য বঁটাত সন্নিৱিষ্ট থাকে এটা পদক, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ স্বাক্ষৰিত প্ৰমাণ পত্ৰ আৰু এককালীন আৰ্থিক ভাট্টা। এই বঁটা প্ৰাপকগৰাকীক নিজ নিজ কেন্দ্ৰীয় মন্ত্ৰালয়/ সংগঠন/ৰাজ্য চৰকাৰে যথা সময়ত প্ৰদান কৰে।

*****

RK/ASH/RR/PR/AK



(Release ID: 1999789) Visitor Counter : 59