প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সুৰেশ ৱাদেকাৰৰ এটি ভক্তিমূলক গীত সহভাগ কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
19 JAN 2024 9:44AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সুৰেশ ৱাদেকাৰ আৰু আৰ্যা আম্বেকাৰৰ এটি ভক্তিমূলক গীত সহভাগ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাম ভক্তিৰ আৱেগত সমগ্ৰ দেশ নিমজ্জিত হৈছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত কৰা ‘পোষ্ট’-ত কয়:
"অযোধ্যাত হ’ব লগা প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক লৈ ভগৱান শ্ৰী ৰামৰ প্ৰতি ভক্তিৰ ৰসত সমগ্ৰ দেশ নিমজ্জিত হৈছে। সুৰেশ ৱাদেকাৰজী আৰু আৰ্যা আম্বেকাৰজীয়ে তেওঁলোকৰ সুমধুৰ সুৰত এই অনুভূতিকে বৰ্ণাইছে। "
***
DS/KB
(रिलीज़ आईडी: 1997890)
आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam