প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে 'সদৈৱ অটল' স্মাৰকত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ পুষ্পাঞ্জলি অৰ্পণ কৰে
प्रविष्टि तिथि:
25 DEC 2023 7:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জন্মদিনৰ বাৰ্ষিকীত 'সদৈৱ অটল' স্মাৰকত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীকলৈ পুষ্পাঞ্জলি অৰ্পণ কৰে।
তেওঁ আজি পুৱাৰ পৰা স্মাৰকত তেওঁৰ ফটোও শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে:
"আজি পুৱা ‘সদৈৱ অটল’ত অটলজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।"
****
DS/RT
(रिलीज़ आईडी: 1991252)
आगंतुक पटल : 99
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Manipuri
,
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Malayalam