প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মধ্য প্ৰদেশত পথ দুৰ্ঘটনাত হোৱা প্ৰাণহানিৰ ঘটনাত প্ৰধান মন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 28 DEC 2023 1:17PM by PIB Guwahati

মধ্য প্ৰদেশত সংঘটিত এটা শোকাৱহ পথ দুৰ্ঘটনাত হোৱা প্ৰাণ হানিৰ ঘটনাত প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

 'X'ত প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে কৈছে :

" মধ্য প্ৰদেশৰ গুণাত সংঘটিত পথ দুৰ্ঘটনা হৃদয় বিদাৰক। এই ঘটনাত যি সকলে নিজৰ আত্মীয় স্বজনক হেৰুৱালে তেওঁলোকলৈ মোৰ গভীৰ সমবেদনা জনাইছো। ইয়াৰ লগতে  এই দুৰ্ঘটনাত আহত হোৱা সকলৰ আশু আৰোগ্য কামনা কৰিছো। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসন ক্ষতিগ্রস্ত সকলৰ বাবে সম্ভৱপৰ সকলো সহায়তা আগবঢ়াইছে : প্ৰধান মন্ত্ৰী " 

***

DS/RT/SB/HS


(रिलीज़ आईडी: 1991213) आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali-TR , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam