প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম বাৰ্ষিকীত পণ্ডিত মদন মোহন মালব্যক স্মৰণ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 25 DEC 2023 9:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান ব্যক্তি পণ্ডিত মদন মোহন মালব্যৰ জন্ম বাৰ্ষিকীত তেওঁক স্মৰণ কৰে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

"ভাৰত আৰু ভাৰতীয়ত্বৰ প্ৰতি সমৰ্পিত মহান ব্যক্তি পণ্ডিত মদন মোহন মালব্যলৈ তেওঁৰ জন্ম বাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। তেওঁৰ অতুলনীয় ব্যক্তিত্ব আৰু কৰ্মই দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।"

***

DS/RT/DB


(ৰিলিজ আই ডি : 1990685) অতিথি কক্ষ : 135