প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্ম বাৰ্ষিকী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক স্মৰণ প্ৰধানমন্ত্ৰীৰ

Posted On: 25 DEC 2023 9:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম বাৰ্ষিকীত তেওঁক স্মৰণ কৰে।

দেশৰ প্ৰতি তেওঁৰ সমৰ্পণৰ প্ৰশংসা কৰি তেওঁ কয় যে শ্ৰী বাজপেয়ী সদায় এক প্ৰেৰণাৰ উৎস হৈ ৰ’ব।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“দেশৰ সকলো পৰিয়ালৰ সদস্যৰ হৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী সন্মানীয় অটল বিহাৰী বাজপেয়ী জীক তেওঁৰ জন্ম বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁ গোটেই জীৱন দেশ নিৰ্মাণ ত্বৰান্বিত কৰাত নিয়োজিত হৈ থাকিল। ভাৰত মাতৃৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু সেৱা অমৃতকালৰ প্ৰেৰণাৰ উৎস হৈ ৰ’ব।"

***

DS/RT/DB



(Release ID: 1990682) Visitor Counter : 60