প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙক তেওঁৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ স্মৰণ
प्रविष्टि तिथि:
23 DEC 2023 4:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙক তেওঁৰ জন্ম বাৰ্ষিকীত স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিংজীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো, তেওঁৰ গোটেই জীৱন কৃষকসকলৰ কল্যাণৰ বাবে সমৰ্পিত আছিল।"
***
DS/RT/KB
(रिलीज़ आईडी: 1990362)
आगंतुक पटल : 91
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam