প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পঞ্জাৱৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

পোষ্ট কৰা হৈছে: 04 DEC 2023 1:38PM by PIB Guwahati

পঞ্জাৱৰ ৰাজ্যপাল শ্ৰী বানৱাৰীলাল পুৰোহিতে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে;

"পঞ্জাৱৰ ৰাজ্যপাল শ্ৰী বানৱাৰীলাল পুৰোহিতে  প্ৰধানমন্ত্ৰী @নৰেন্দ্ৰ মোদীক সাক্ষাত্ কৰে।"

****

Dhiraj Singh/Siddhant Tiwari/KB


(ৰিলিজ আই ডি : 1982332) অতিথি কক্ষ : 100