প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ মথুৰাৰ শ্ৰী কৃষ্ণ জন্মভূমি মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
23 NOV 2023 7:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মথুৰাৰ শ্ৰী কৃষ্ণ জন্মভূমি মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনা কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
“মথুৰাৰ শ্ৰী কৃষ্ণ জন্মভূমি মন্দিৰত ঈশ্বৰ পূজাৰ সৌভাগ্য লাভ কৰিলোঁ। ব্ৰজৰ প্ৰতিটো কোণত থকা গোপালৰ মনোমোহা দৃশ্যই মোক পুলকিত কৰি তুলিলে! মই তেওঁৰ পৰিয়ালৰ সকলো সদস্যৰ সুখ, সমৃদ্ধি আৰু মংগল কামনা কৰিলোঁ।”
প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ উপস্থিত থাকে।
***
DS/TS/SB
(ৰিলিজ আই ডি : 1980636)
অতিথি কক্ষ : 124
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam