প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জয়ন্তী উপলক্ষে ভগৱান বিৰচা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে
'জনজাতীয় গৌৰৱ দিৱস'ত সকলোলৈকে শুভেচ্ছা জ্ঞাপন
Posted On:
15 NOV 2023 9:05AM by PIB Guwahati
জয়ন্তী উপলক্ষে ‘ভগৱান’ বীৰচা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
শ্ৰী মোদীয়ে 'জনজাতীয় গৌৰৱ দিৱস’ উপলক্ষে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে।
‘এক্স’ত কৰা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;
"ভগৱান বিৰচা মুণ্ডাডাঙৰীয়াৰ জয়ন্তীত তেওঁলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এই বিশেষ অনুষ্ঠানৰ সৈতে জড়িত ‘জনজাতীয় গৌৰৱ দিৱস’ত সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকললৈ মই শুভেচ্ছা নিবেদিছোঁ।"
********
Dhiraj Singh/Siddhant Tiwari/KB
(Release ID: 1977030)
Read this release in:
Kannada
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam