প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম বাৰ্ষিকী উপলক্ষে জৱাহৰলাল নেহৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 NOV 2023 9:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷ 

টুইটাৰৰ এক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

“জন্ম বাৰ্ষিকীত আমাৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু জীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷”

******

Dhiraj Singh/DB


(रिलीज़ आईडी: 1976807) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam