প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ বিষয়ববীয়াসকলৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
25 OCT 2023 8:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ বিষয়ববীয়াসকলৰে মিলিত হয়। তেওঁলোকে শ্ৰী ৰাম মন্দিৰৰ অভিষেক (প্ৰাণ প্ৰতিষ্ঠা)ৰ বাবে শ্ৰী মোদীক আমন্ত্ৰণ জনায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "মই অতিশয় ধন্য অনুভৱ কৰিছোঁ। মোৰ সৌভাগ্য যে মোৰ জীৱনকালতে এই ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হ'বলৈ পাম।"
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প’ষ্ট কৰে
"জয় শ্ৰী ৰাম!
আজি এক আৱেগেৰে ভৰা দিন। শেহতীয়াকৈ শ্ৰী ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ বিষয়ববীয়াসকল মোৰ বাসগৃহত মোক লগ কৰিবলৈ আহিছিল। শ্ৰী ৰাম মন্দিৰৰ অভিষেক উপলক্ষে তেওঁলোকে মোক অযোধ্যালৈ যাবলৈ নিমন্ত্ৰণ জনায়।
মই অতিশয় ধন্য অনুভৱ কৰিছোঁ। মোৰ সৌভাগ্য যে মোৰ জীৱনকালতে এই ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হ’বলৈ পাম।”
DS/TS/SB
(ৰিলিজ আই ডি : 1972300)
অতিথি কক্ষ : 135
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada