পোষ্ট কৰা হৈছে:
23 OCT 2023 6:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত আয়োজিত এছিয়ান পেৰা গেমছ ২০২২ত টাইকোৱাণ্ডো-মহিলাৰ ৪৪-৪৭ কিঃগ্ৰাঃ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত অৰুণাক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:
"টাইকোৱাণ্ডো-মহিলাৰ ৪৪-৪৭ কিঃগ্ৰাঃ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত অৰুণাক অভিনন্দন। তেওঁৰ সমৰ্পণ আৰু দক্ষতাই বাস্তৱতে দেশক গৌৰৱান্বিত কৰিছে। ভৱিষ্যতৰ আৰু বহু প্ৰাপ্তিয়ে তেওঁলৈ অপেক্ষা কৰি আছে!"
**********
DS/TS