প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিজয়া দশমী উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 24 OCT 2023 8:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়া দশমীৰ শুভক্ষণত সমগ্ৰ দেশবাসীক শুভেচ্ছা জনাইছে। শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই ধৰ্মীয় উৎসৱে নেতিবাচক শক্তিৰ অন্ত পেলায় আৰু জীৱনত ভালক আকোঁৱালি লোৱাৰ বাৰ্তা কঢ়িয়াই আনে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকলক বিজয়া দশমীৰ আন্তৰিক শুভাকামনা জনাইছো৷ এই পবিত্ৰ উৎসৱে নেতিবাচক শক্তিৰ অন্ত পেলায় আৰু জীৱনত ভালক আকোঁৱালি লোৱাৰ বাৰ্তা কঢ়িয়াই আনে৷”

সকলোকে শুভ বিজয়া দশমীৰ শুভেচ্ছা জনাইছো!"

***

DS/DB


(रिलीज़ आईडी: 1971388) आगंतुक पटल : 128
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam