প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি-৬৩ প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰাৰ বাবে শৈলেশ কুমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
23 OCT 2023 12:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ হাই জাম্প টি-৬৩ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে শৈলেশ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
"এছিয়ান পেৰা গেমছত শৈলেশ কুমাৰক তেওঁৰ অসাধাৰণ স্বৰ্ণ জয়ৰ বাবে আন্তৰিক অভিনন্দন!
পুৰুষৰ হাই জাম্প টি৬৩ ইভেণ্টত তেওঁৰ প্ৰদৰ্শন ব্যতিক্ৰমী।
তেওঁৰ দৃঢ় সংকল্প আৰু কঠোৰ পৰিশ্ৰমে সকলোৰে বাবে এক অনুপ্ৰেৰণা হিচাপে কাম কৰিব।"
*************
DS/TS/KG
(ৰিলিজ আই ডি : 1971376)
অতিথি কক্ষ : 122
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada