প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মিছন গগনযান টিভি ডি১ টেষ্ট ফ্লাইটৰ সফল আৰম্ভণীৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 21 OCT 2023 12:56PM by PIB Guwahati

‘মিছন গগনযান টিভি ডি-১ টেষ্ট ফ্লাইট’ৰ সফল শুভাৰম্ভক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ই ভাৰতৰ প্ৰথম মানৱ মহাকাশ উৰণ কাৰ্যসূচীক বাস্তৱায়িত কৰাৰ দিশত দেশক এখোজ আগবঢ়াই নিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত প্ৰেৰণ কৰা ‘পোষ্ট’-ত কয়:

"এই উৎক্ষেপণে আমাক ভাৰতৰ প্ৰথম মানৱ মহাকাশ উৰণ কাৰ্যসূচী ‘গগনযান’-ক বাস্তৱ কৰাৰ দিশত এখোজ কাষ চপাই নিছে। আমাৰ ‘ইছৰো’ৰ বিজ্ঞানীসকলক মই শুভেচ্ছা জনাইছোঁ"।

 

***

DS/TS/KB



(Release ID: 1970329) Visitor Counter : 62