প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কাতি বিহু উপলক্ষে অসমবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 18 OCT 2023 10:47PM by PIB Guwahati

কাতি বিহু উপলক্ষে সমূহ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে;

“কাতি বিহু উপলক্ষে সমূহ অসমবাসীলৈ মোৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই উৎসৱে পথাৰসমূহ প্ৰচুৰ শস্যৰে ভৰাই তোলক আৰু সকলোৰে জীৱন সমৃদ্ধ আৰু আনন্দময় কৰি তোলক।”

************** 

 

 KG/BM


(रिलीज़ आईडी: 1968993) आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam