প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 16 OCT 2023 9:23PM by PIB Guwahati

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা ‘এক্স’যোগে উল্লেখ কৰি লিখিছে -

“হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী @mlkhattar এ আজি প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।

@cmohry”

*****


(ৰিলিজ আই ডি : 1968312) অতিথি কক্ষ : 137