প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰয়াত প্ৰধানমন্ত্ৰী শ্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ জন্ম বাৰ্ষিকীত বিজয় ঘাটত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
02 OCT 2023 2:51PM by PIB Guwahati
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজয় ঘাটত প্ৰয়াত প্ৰধানমন্ত্ৰী শ্ৰী লালবাহাদুৰ শাস্ত্ৰীৰ জন্মদিন উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তেওঁ ‘এক্স’ত নিজৰ এখন ছবি পোষ্ট কৰি লিখিছে :
“বিজয় ঘাটত, শ্ৰী লালবাহাদুৰ শাস্ত্ৰীজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।”
***
DS/RT
(ৰিলিজ আই ডি : 1963478)
অতিথি কক্ষ : 111
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam