প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান গেমছ ২০২২ ত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টত ৰূপৰ পদক লাভ কৰা ভাৰতীয় দলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
30 SEP 2023 1:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ ত অনুষ্ঠিত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে সৰবজ্যোত সিং আৰু দিব্যা টিএছক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“এছিয়ান গেমছ ২০২২ত অনুষ্ঠিত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড টীম ইভেণ্টত ৰূপৰ পদক জয় কৰাৰ বাবে সৰবজ্যোত সিং আৰু দিব্যা টিএছক লৈ গৌৰৱান্বিত। তেওঁলোকৰ সফলতাৰ বাবে মই তেওঁলোকক অভিনন্দন জনাইছো। তেওঁলোকৰ প্ৰতিভা, নিষ্ঠা আৰু দলবদ্ধ কাম ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে প্ৰশংসনীয় আৰু অনুপ্ৰেৰণাদায়ক।”
***
DS/ST
(रिलीज़ आईडी: 1963395)
आगंतुक पटल : 113
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam