প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু বিশ্বৰ অন্যান্য নেতাসকলক তেওঁলোকৰ জন্মদিনৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
Posted On:
17 SEP 2023 8:19PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বিশ্বৰ অন্যান্য নেতাসকলক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
ৰাষ্ট্ৰপতিৰ শুভেচ্ছাৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"মাননীয় @rashtrapatibhvn ডাঙৰীয়ানী, আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এক সমৃদ্ধ আৰু উন্নত ভাৰত গঢ়ি তুলিবলৈ আপোনাৰ অনুপ্ৰেৰণা আৰু নিৰ্দেশনা অতি গুৰুত্বপূৰ্ণ। "
माननीय @rashtrapatibhvn जी, आपकी आत्मीय शुभकामनाओं के लिए मैं हृदय से आभार प्रकट करता हूं। समृद्ध और विकसित भारत के निर्माण के लिए आपकी प्रेरणा और मार्गदर्शन बहुत महत्वपूर्ण है। https://t.co/JnLeet0n2u
— Narendra Modi (@narendramodi) September 17, 2023
উপৰাষ্ট্ৰপতিৰ শুভেচ্ছাৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
“আন্তৰিক শুভেচ্ছাৰ বাবে @VPIndia জগদীপ ধনকৰজীক ধন্যবাদ।”
Thank you @VPIndia Jagdeep Dhankhar Ji for the touching wishes. https://t.co/bJ0VASMp5E
— Narendra Modi (@narendramodi) September 17, 2023
প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ শুভেচ্ছাৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
“মাননীয় @ramnathkovind জী, মোৰ আন্তৰিক ধন্যবাদ। আপোনাৰ চেনেহ আৰু মৰমেৰে ভৰা এই শব্দবোৰ খুবেই প্ৰেৰণাদায়ক।”
माननीय @ramnathkovind जी, हृदय से आभार। आपके प्रेम और स्नेह से भरे ये शब्द बहुत प्रेरित करने वाले हैं। https://t.co/Tz4WSvRevS
— Narendra Modi (@narendramodi) September 17, 2023
প্ৰাক্তন উপৰাষ্ট্ৰপতিগৰাকীৰ শুভেচ্ছাৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
“@MVenkaiahNaidu ডাঙৰীয়া, আপোনাৰ বিশেষ শুভেচ্ছাৰ বাবে ধন্যবাদ”
Gratitude for your special wishes @MVenkaiahNaidu Garu. https://t.co/b0TfDCRh89
— Narendra Modi (@narendramodi) September 17, 2023
মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছাৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰধানমন্ত্ৰীয়ে কয়;
“শুভকামনাৰ বাবে মই মোৰ বন্ধু প্ৰধানমন্ত্ৰী @KumarJugnauth ক ধন্যবাদ জনাইছো।”
I thank my friend PM @KumarJugnauth for his greetings. https://t.co/Ff87L2IN18
— Narendra Modi (@narendramodi) September 17, 2023
ইটালীৰ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছাৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
“প্ৰধানমন্ত্ৰী @GiorgiaMeloni ডাঙৰীয়া, আপোনাৰ শুভকামনাৰ বাবে ধন্যবাদ”
Thank you for your wishes PM @GiorgiaMeloni. https://t.co/5CkX4h84pj
— Narendra Modi (@narendramodi) September 17, 2023
********
DS/ST
(Release ID: 1958414)
Visitor Counter : 141
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam