প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক
प्रविष्टि तिथि:
05 SEP 2023 8:58PM by PIB Guwahati
আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্য নাথে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ অফিচিয়েল ‘এক্স’যোগে পোষ্ট কৰি লিখা হৈছে -
“উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, শ্ৰী @myogiadityanath য়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী @narendramodi ক। @CMOfficeUP”
Chief Minister of Uttar Pradesh, Shri @myogiadityanath, met Prime Minister @narendramodi.@CMOfficeUP pic.twitter.com/4Mnl1jfgPh
— PMO India (@PMOIndia) September 5, 2023
********
(रिलीज़ आईडी: 1955130)
आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam