প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰক্ষা বন্ধন উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 30 AUG 2023 10:48AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰক্ষা বন্ধন উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

 

এই উৎসৱে যাতে সকলোৰে জীৱনত সৌহাৰ্দ্য আৰু সম্প্ৰীতিৰ অনুভূতি গভীৰ কৰিব তোলে তাৰ কামনা কৰে শ্ৰী মোদীয়ে।

 

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"মোৰ পৰিয়ালৰ সকলো সদস্যক ৰক্ষা বন্ধনৰ শুভেচ্ছা। ভগ্নী আৰু ভাতৃৰ মাজত অটুট বিশ্বাস আৰু অদম্য প্ৰেমৰ প্ৰতি সমৰ্পিত ৰক্ষা বন্ধনৰ এই পৱিত্ৰ উৎসৱ আমাৰ সংস্কৃতিৰ এক পৱিত্ৰ প্ৰতিফলন। এই উৎসৱে সকলোৰে জীৱনত স্নেহ, সৌহাৰ্দ্য আৰু সম্প্ৰীতিৰ মনোভাৱ অধিক গভীৰ কৰক, তাৰেই কামনা কৰিছোঁ।"

 

मेरे सभी परिवारजनों को रक्षाबंधन की हार्दिक शुभकामनाएं। बहन और भाई के बीच अटूट विश्वास और अगाध प्रेम को समर्पित रक्षाबंधन का ये पावन पर्व, हमारी संस्कृति का पवित्र प्रतिबिंब है। मेरी कामना है, यह पर्व हर किसी के जीवन में स्नेह, सद्भाव और सौहार्द की भावना को और प्रगाढ़ करे।

— Narendra Modi (@narendramodi) August 30, 2023

 


(रिलीज़ आईडी: 1953672) आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam