প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পশ্চিম বংগৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

प्रविष्टि तिथि: 29 AUG 2023 8:42PM by PIB Guwahati

পশ্চিম বংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসুৱে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’-ত পোষ্ট কৰিছে;

"পশ্চিম বংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসুয়ে প্ৰধানমন্ত্ৰী @নৰেন্দ্ৰমোদী"ক সাক্ষাৎ কৰে।

 

 

***


(रिलीज़ आईडी: 1953465) आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam