প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিৰ দিনা 'সদৈৱ অটল'ত প্ৰধানমন্ত্ৰীয়ে ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

Posted On: 16 AUG 2023 12:54PM by PIB Guwahati

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিত আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে 'সদৈৱ অটল'ৰ সমাধি অনুষ্ঠানত পুষ্পাঞ্জলি অৰ্পণ কৰে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়; দেশৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ী জীক আজি মৃত্যু বাৰ্ষিকীত ‘সদৈৱ অটল’ ভ্ৰমণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

******



(Release ID: 1949964) Visitor Counter : 92