প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিৰ দিনা 'সদৈৱ অটল'ত প্ৰধানমন্ত্ৰীয়ে ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

प्रविष्टि तिथि: 16 AUG 2023 12:54PM by PIB Guwahati

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত অটল বিহাৰী বাজপেয়ীৰ পুণ্য তিথিত আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে 'সদৈৱ অটল'ৰ সমাধি অনুষ্ঠানত পুষ্পাঞ্জলি অৰ্পণ কৰে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়; দেশৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ী জীক আজি মৃত্যু বাৰ্ষিকীত ‘সদৈৱ অটল’ ভ্ৰমণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

******


(रिलीज़ आईडी: 1949964) आगंतुक पटल : 165
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam