প্ৰতিৰক্ষা মন্ত্ৰালয়

৭৭ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সশস্ত্ৰ বাহিনী আৰু চিএপিএফৰ জোৱানসকললৈ (মৰণোত্তৰ ৯টাকে ধৰি) ৭৬টা সাহসিকতা বঁটালৈ অনুমোদন ৰাষ্ট্ৰপতিৰ

Posted On: 14 AUG 2023 7:07PM by PIB Guwahati

২০২৩ চনৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সশস্ত্ৰ বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানক ৭৬টা সাহসিকতা বঁটাৰ বাবে অনুমোদন জনাইছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে। ইয়াৰ ভিতৰত আছে চাৰিটা কীৰ্তি চক্ৰ (মৰণোত্তৰ), ১১ টা শৌৰ্য চক্ৰ (পাঁচটা মৰণোত্তৰ), দুটা ‘বাৰ টু সেনা মেডেল’ (সাহসিকতাৰ বঁটা), ৫২ টা সেনা পদক (সাহসিকতাৰ বঁটা), তিনিটা নৌ সেনা পদক (সাহসিকতাৰ বঁটা) আৰু চাৰিটা বায়ু সেনা পদক (সাহসিকতাৰ বঁটা)।

ৰাষ্ট্ৰপতিয়ে সেনালৈ ৩০ টা Mention-in-Despatches ৰো অনুমোদন জনাইছে, যাৰ ভিতৰত এটা হৈছে সেনাৰ কুকুৰ মধু (মৰণোত্তৰ), আৰু আন এটা বিভিন্ন সামৰিক অভিযানত বায়ু সেনা জোৱানসকললৈ। এই উল্লেখযোগ্য অভিযানসমূহৰ ভিতৰত আছে ক্ৰমে অপাৰেচন ৰক্ষক, অপাৰেচন স্নো লিঅ’পাৰ্ড, অপাৰেচন কেজুৱেলিটি ইভাকুৱেচন, অপাৰেচন মাউণ্ট চোমো, অপাৰেচন পাংচাউ পাছ, অপাৰেচন মেঘদূত, অপাৰেচন অৰ্কিড, অপাৰেচন কালিছাম ভেলী, বিভিন্ন উদ্ধাৰ অভিযান আৰু স্থানান্তৰ অভিযান।

ৰাষ্ট্ৰপতিৰ দ্বাৰা অনুমোদিত সাহসিকতাৰ বঁটাসমূহৰ তালিকা তলত দিয়া হৈছে:

ক্ৰমিক নং

নাম, পদবী আৰু অন্যান্য সবিশেষ

সেৱা

কীৰ্তিচক্ৰ

  1.  

স্বৰ্গীয় শ্ৰী দিলীপ কুমাৰ দাস, INSP/GD, চিআৰপিএফ (মৰণোত্তৰভাৱে)

গৃহ মন্ত্ৰালয়

  1.  

স্বৰ্গীয় শ্ৰী ৰাজ কুমাৰ যাদৱ, HC/GD, চিআৰপিএফ (মৰণোত্তৰভাৱে)

গৃহ মন্ত্ৰালয়

  1.  

স্বৰ্গীয় শ্ৰী বাবলু ৰাভা, কনিষ্টবল/GD, চিআৰপিএফ (মৰণোত্তৰভাৱে)

গৃহ মন্ত্ৰালয়

  1.  

স্বৰ্গীয় শ্ৰী শম্ভূ ৰয়, কনিষ্টবল C/GD, চিআৰপিএফ (মৰণোত্তৰভাৱে)

গৃহ মন্ত্ৰালয়

 

SHAURYA CHAKRA

  1.  

IC-76052K মেজৰ বিজয় বাৰ্মা, ৰাজপুত ৰেজিমেণ্ট, ৪৪ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

IC-76877P মেজৰ বিকাশ ভাম্ভু, সেনা মেডেল, ২৫২ ইণ্ডিয়ান আৰ্মি এভিয়েচন স্কোৱাড্ৰন (মৰণোত্তৰভাৱে)

ভাৰতীয় সেনা

  1.  

IC-81741P মেজৰ মুস্তাফা বোহাৰা, ২৫২ ইণ্ডিয়ান আৰ্মি এভিয়েচন স্কোৱাড্ৰন (মৰণোত্তৰভাৱে)

ভাৰতীয় সেনা

  1.  

IC-79120X মেজৰ শচীন নেগি, গ্ৰেনেডিয়াৰ্ছ, ৫৫নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

SC-00905H মেজৰ ৰাজেন্দ্ৰ প্ৰসাদ জাট, ডোগ্ৰা ৰেজিমেন্ট, ৬২নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

SC-00971L মেজৰ ৰবীন্দ্ৰ সিং ৰাৱত, আৰ্মড কৰ্পচ, ৪৪ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

16013482F হাবিলদাৰ বিবেক সিং টোমৰ, ৫নং বেটেলিয়ন, দ্য ৰাজপুতানা ৰাইফলচ (মৰণোত্তৰভাৱে)

ভাৰতীয় সেনা

  1.  

16022160H নায়ক ভীম সিং, ৰাজপুতানা ৰাইফলচ, ৯নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

13779235X ৰাইফলমেন কুলভুষণ মান্টা, জম্মু আৰু কাশ্মীৰ ৰাইফলচ, ৫২ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল (মৰণোত্তৰভাৱে)

ভাৰতীয় সেনা

  1.  

স্বৰ্গীয় শ্ৰী চৈফুল্লা কাদ্ৰী, এছজি. কনিষ্টবল, জম্মু-কাশ্মীৰ পুলিচ (এতিয়া মৰণোত্তৰভাৱে)

গৃহ মন্ত্ৰালয়

  1.  

শ্ৰী গামিটট কুমাৰ, কনিষ্টবল ৬১ নং চিআৰপিএফ

গৃহ মন্ত্ৰালয়

 

বাৰ টু সেনা মেডেল (সাহসিকতাৰ বঁটা)

  1.  

IC-76180F মেজৰ নীতিশ ত্যাগী, সেনা মেডেল, ১২ নং বেটেলিয়ন, পেৰাচুট ৰেজিমেন্ট (বিশেষ বাহিনী)

ভাৰতীয় সেনা

  1.  

IC-80201K মেজৰ এজন ৰঞ্জিত কুমাৰ, সেনা মেডেল, পেৰাচুট ৰেজিমেন্ট, হাই এল্টিটিউড ৱাৰফেয়াৰ স্কুল

ভাৰতীয় সেনা

 

সেনা মেডেল (সাহসিকতাৰ বঁটা)

  1.  

IC-64244P লেফটেনেণ্ট কৰ্ণেল যোগেশ কুমাৰ ছাটী, ৫২৩ ইন্টেলিজেন্স এণ্ড ফিল্ড চিকিউৰিটি ইউনিট

ভাৰতীয় সেনা

  1.  

IC-71048X লেফটেনেণ্ট কৰ্ণেল ধ্ৰুৱ ৰাজন, গ্ৰেনেডিয়াৰ্ছ, ২৯নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

IC-74633H মেজৰ অভিমন্যু ৰেপছৱাল, আৰ্মৰ্ড কৰ্পচ, ২২নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

IC-75393H মেজৰ নাইখোটচো চেকু আংগামি, ৩য় বেটেলিয়ন, ৮ নং গোৰ্খা ৰেজিমেণ্ট

ভাৰতীয় সেনা

  1.  

IC-76219H মেজৰ বিকাশ গিৰি, পেৰাচুট ৰেজিমেন্ট, ৫০নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

IC-77779F মেজৰ অভিষেক ত্যাগী, গ্ৰেনেডিয়াৰ্ছ, ৫৫ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

IC-78013K মেজৰ বৰৱেক অপূৰ্ব সুহাচ, অভিযন্তাসকলৰ কৰ্পচ, ৩নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

IC-78151L মেজৰ আশিষ ধোনচক, শিখ লাইট ইনফেণ্ট্ৰী, ১৯নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

IC-78779N মেজৰ নৱদ্বীপ গোস্বামী, ৬নং বেটেলিয়ন, দ্য জাট ৰেজিমেণ্ট

ভাৰতীয় সেনা

  1.  

IC-79029F মেজৰ ঋষভ নেগী, কৰ্পছ অৱ ইঞ্জিনীয়াৰ, ৩নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

IC-80202M মেজৰ সঞ্জয় সিং জামৱাল, ৪নং বেটেলিয়ন, পেৰাচুট ৰেজিমেন্ট (বিশেষ বাহিনী)

ভাৰতীয় সেনা

  1.  

IC-80568K মেজৰ অভিষেক কাটোছ, ৫নং বেটেলিয়ন, ৰাজপুত ৰেজিমেন্ট

ভাৰতীয় সেনা

  1.  

IC-81592M মেজৰ সৌৰভ কুমাৰ, ১৫ নং বেটেলিয়ন, কুমাও ৰেজিমেন্ট

ভাৰতীয় সেনা

  1.  

IC-81775H মেজৰ ৰঞ্জিত কুমাৰ, ব্ৰিগেড অৱ দ্য গাৰ্ডছ, ৫০নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

IC-83008H মেজৰ সন্তোষ কুমাৰ, ১১ গোৰ্খা ৰাইফলচ, ১ ছিকিম স্কাউট বেটেলিয়ন

ভাৰতীয় সেনা

  1.  

IC-83108N মেজৰ ঋষভ কুমাৰ নাশ্বাইন, 9TH বেটেলিয়ন, ডোগ্ৰা ৰেজিমেন্ট

ভাৰতীয় সেনা

  1.  

IC-85077X মেজৰ ৰনিশ কুমাৰ, 19TH বেটেলিয়ন, পাঞ্জাৱ ৰেজিমেন্ট

ভাৰতীয় সেনা

  1.  

SC-00943Y মেজৰ ধুমাল ৰোহন শাহাজী, ৰাজপুত ৰেজিমেন্ট, ৪৪ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

SS-46282H মেজৰ মানস নাৰলা, দ্য কৰ্পছ অৱ ইঞ্জিনীয়াৰ্ছ, ৩০ (স্বতন্ত্ৰ) পুনৰীক্ষণ আৰু পৰ্যৱেক্ষণ বিমান

ভাৰতীয় সেনা

  1.  

SS-46286Y মেজৰ জয়বীৰ যাদৱ, ২ নং বেটেলিয়ন, বিহাৰ ৰেজিমেণ্ট

ভাৰতীয় সেনা

  1.  

SS-48532X মেজৰ থাকৰে আকাশ অশোক, ৬১ নং ইঞ্জিনীয়াৰ ৰেজিমেণ্ট

ভাৰতীয় সেনা

  1.  

SS-48926W মেজৰ বিকাশ লাম্বা, ১২ নং বেটেলিয়ন, মহৰ ৰেজিমেণ্ট

ভাৰতীয় সেনা

  1.  

IC-82947Y কেপ্টেইন আয়ুষ চৌহান, ৰাজপুতানা ৰাইফলচ, ৯ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

IC-85483X কেপ্টেইন সৌৰভ গুপ্তা, 12TH বেটেলিয়ন, পেৰাচুট ৰেজিমেন্ট (বিশেষ বাহিনী)

ভাৰতীয় সেনা

  1.  

SS-50195M কেপ্টেইন চেতন সিং, কৰ্পচ অৱ চিগনেলছ, ৩৪ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

JC-247925L ৰিছালদাৰ সঞ্জয় কুমাৰ, ৫৫ নং আৰ্মাৰ্ড ৰেজিমেণ্ট

ভাৰতীয় সেনা

  1.  

JC-551984N নাইব চুবেদাৰ দিপ্তি কুমাৰ হাজৱাৰী, ৫ নং বেটেলিয়ন, আছাম ৰেজিমেণ্ট

ভাৰতীয় সেনা

  1.  

3202898H হাবিলদাৰ মনোজ কুমাৰ, জাট ৰেজিমেণ্ট, 34TH বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

4008286N হাবিলদাৰ অৰুণ কুমাৰ, ডোগ্ৰা ৰেজিমেণ্ট, ৬২ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

4193965P হাবিলদাৰ ৰণবীৰ সিং, কুমাও ৰেজিমেণ্ট, ৫০ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

4199936W হাবিলদাৰ প্ৰদীপ কুমাৰ সিং, ১৫ নং বেটেলিয়ন, কুমাও ৰেজিমেণ্ট

ভাৰতীয় সেনা

  1.  

13630562K নায়ক সৌবিন্দ্ৰ কুমাৰ, ১২ নং বেটেলিয়ন, পেৰাচুট ৰেজিমেন্ট (বিশেষ বাহিনী)

ভাৰতীয় সেনা

  1.  

18005135A নায়ক ধৰ্মবীৰ, কৰ্পছ অৱ ইঞ্জিনীয়াৰ্ছ, ৩ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

19002538L নায়ক হৰদীপ সিং, ২৪ নং বেটেলিয়ন, শিখ ৰেজিমেণ্ট

ভাৰতীয় সেনা

  1.  

2706631X নায়ক মুনিশ কুমাৰ, গ্ৰেনাডিয়াৰ্চ, ৫৫ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

3012008F নায়ক সত্যেন্দ্ৰ সিং, ৰাজপুত ৰেজিমেণ্ট, ৪৪ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

3012377Y নায়ক খেমচান্দ, ৫নং বেটেলিয়ন, ৰাজপুত ৰেজিমেণ্ট

ভাৰতীয় সেনা

  1.  

4486359P নায়ক হৰজিন্দৰ সিং, শিখ লাইট ইনফেণ্ট্ৰি, ১৯ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

9114169H নায়ক RAFIQ আহমাদ মীৰ, জম্মু আৰু কাশ্মীৰ লাইট ইনফেণ্ট্ৰী, ৫০ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

20004865Y লেন্স নায়ক অভিষেক, ডোগ্ৰা ৰেজিমেণ্ট, 62ND বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

3018169A লেন্স নায়ক ছাঁৱৰা চৌধুৰী, ৰাজপুত ৰেজিমেণ্ট, ৪৪ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

20007762L চিপাহী যশৱন্ত সিং, ডোগ্ৰা ৰেজিমেণ্ট, ৬২ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

2518207X চিপাহী আকাশদীপ সিং, ১৮ নং বেটেলিয়ন, পঞ্জাৱ ৰেজিমেণ্ট

ভাৰতীয় সেনা

  1.  

3016460N চিপাহী সাতেৰাম, ৰাজপুত ৰেজিমেণ্ট, ৪৪ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

3018182K চিপাহী লক্ষ্মী নাৰায়ণ অধনা, ৰাজপুত ৰেজিমেণ্ট, ৪৪ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

3018252X চিপাহী ধন সিং গুৰ্জাৰ, ৰাজপুত ৰেজিমেণ্ট, ৪৪ নং  বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

3211310X চিপাহী বিকাশ, জাট ৰেজিমেণ্ট, ৩৪ নং  বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

12975042N ৰাইফলমেন শ্বাহিন হুছেইন গানি, ১৬২ নং ইনফেণ্ট্ৰিবেটেলিয়ন (টেৰিটৰিয়েল ইণ্ডিয়ান আৰ্মী)

ভাৰতীয় সেনা

  1.  

15511217Y সাঁৱৰ ৰবি শৰ্মা, আৰ্মাৰ্ড কৰ্পছ, ২২ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

16123961L চেপাৰ বিশাল যাদৱ, কৰ্পছ অৱ ইঞ্জিনীয়াৰ্ছ, ৪৪ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

2713315F গ্ৰেনেডিয়াৰ চেলিম খান, গ্ৰেনাডিয়াৰ্চ, ২৯ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

  1.  

15251500W গানাৰ ৰামলিংগম কে, ৰেজিমেণ্ট অৱ আৰ্টিলেৰী, ১৯ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

ভাৰতীয় সেনা

 

নৌ সেনা মেডেল (সাহসিকতাৰ বঁটা)

  1.  

লেফটেনেণ্ট কামাণ্ডাৰ পন্নীৰচেলভাম বিষ্ণু প্ৰসন্ন (08495-F)

নৌ সেনা

  1.  

কামাণ্ডাৰ কৌস্তৱ বেনাৰ্জী (06158-W)

নৌ সেনা

  1.  

কামাণ্ডাৰ হানিশ সিং কাৰ্কী (05093-Z)

নৌ সেনা

 

বায়ু সেনা মেডেল (সাহসিকতাৰ বঁটা)

 

  1.  

ৱিং কামাণ্ডাৰ শিৱ কুমাৰ চৌহান (28472) ফ্লায়িং (পাইলট)

বায়ু সেনা

  1.  

ৱিং কামাণ্ডাৰ শ্ৰেয় টোমৰ (30170) ফ্লায়িং (পাইলট)

বায়ু সেনা

  1.  

স্কোৱাড্ৰন লীডাৰ জি এল বিনীথ (31529) ফ্লায়িং (পাইলট)

বায়ু সেনা

  1.  

ফ্লাইট লেফটেনেণ্ট প্ৰদীপ মুৰুগান (36071) MET/GARUD

বায়ু সেনা

 

ভাৰতীয় সেনা আৰু বায়ু সেনাৰ কৰ্মচাৰীসকলৰ ‘Mention-In-Despatches’  ৰ তালিকা তলত দিয়া হৈছে:

ভাৰতীয় সেনা

অপাৰেশ্যন ৰক্ষক

  1. IC-64239K লেফটেনেণ্ট কৰ্ণেল জিমি থমাছ, ২০৭ আৰ্মী এভিয়েশ্যন স্কোৱাড্ৰন (ইউটিলিটি হেলিকপ্তাৰ)

  2. IC-72069A মেজৰ অজিত কুমাৰ ৰাউট, ৩৭ (স্বতন্ত্ৰ) পুনৰীক্ষণ আৰু পৰ্যৱেক্ষণ বিমান

  3. IC-77241A মেজৰ জয়দীপ জাখৰ, ডোগ্ৰা ৰেজিমেণ্ট, ৬২ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

  4. IC-82779L মেজৰ অমনদীপ সিং, ৬ নং বেটেলিয়ন, জম্মু-কাশ্মীৰ ৰাইফলচ

  5. SS-49906P মেজৰ অংকিত, ১৭ নং বেটেলিয়ন, শিখ লাইট ইনফেণ্ট্ৰি

  6. 4580203W হাবিলদাৰ অমনদীপ ৰাণা, ১২ নং বেটেলিয়ন, মহৰ ৰেজিমেণ্ট

  7. 12974354X নায়ক বছিৰ আহমেদ গানাই, ১৬২ নং ইনফেণ্ট্ৰি বেটেলিয়ন (টেৰিট’ৰিয়েল ভাৰতীয় সেনা)

  8. 7244077N এক্টিং লেন্স ডাফাডাৰ মোহদ ইব্ৰাহিম খান মুস্তুফা খান, ২১ নং আৰ্মী ডগ ইউনিট

  9. 4205174M চিপাহী যুধবীৰ, কুমাও ৰেজিমেণ্ট, ৫০ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

  10. 8B99 আৰ্মী ডগ মধু, ২১ নং সেনা ডগ ইউনিট (মৰণোত্তৰভাৱে)

 

অপাৰেশ্যন স্ন’ লিঅ’পাৰ্ড

  1. SS-44547H লেফটেনেণ্ট কৰ্ণেল আকাশ মজুমদাৰ, আৰ্মাৰ্ড কৰ্পছ, ৬৬৬ নং আৰ্মী এভিয়েশ্যন স্কোৱাড্ৰন (পুনৰীক্ষণ আৰু পৰ্যৱেক্ষণ)

  2. IC-79220H মেজৰ য়শবিন্দৰ চৌহান, ৰেজিমেণ্ট অৱ আৰ্টিলেৰী, ৬৬৬ আৰ্মী এভিয়েশ্যন স্কোৱাড্ৰন (পুনৰীক্ষণ আৰু পৰ্যৱেক্ষণ)

  3. IC-81520H মেজৰ প্ৰতীক বিষ্ট, ১২ নং বেটেলিয়ন, পেৰাচুট ৰেজিমেন্ট (বিশেষ বাহিনী)

  4. SS-49899K কেপ্টেইন ৰাহুল কৌশল, কৰ্পছ অৱ ইঞ্জিনীয়াৰ্ছ, ৫ নং বেটেলিয়ন, দ্য ৰাষ্ট্ৰীয় ৰাইফল

  5. 15168221M হাবিলদাৰ মধুকৰ কুমাৰ, ১৩৯ মিডিয়াম ৰেজিমেণ্ট

  6. 00073247K প্ৰশিক্ষাৰ্থী ৰেপেন ফান্টচক, মুখ্য কাৰ্যালয় বিশেষ সীমান্ত বাহিনী

 

অপাৰেশ্যন কেজুৱেল্টি ইভাকুৱেশ্যন

  1. IC-67128X লেফটেনেণ্ট কৰ্ণেল বিক্ৰমজিৎ সিং, ৬৫৯ নং আৰ্মী এভিয়েশ্যন স্কোৱাড্ৰন (পুনৰীক্ষণ আৰু পৰ্যৱেক্ষণ)

  2. IC-71283W লেফটেনেণ্ট কৰ্ণেল ৰোশনিকান্ত ইৰুংবাম, ২০৯ নং আৰ্মী এভিয়েশ্যন স্কোৱাড্ৰন (ইউটিলিটি হেলিকপ্তাৰ)

 

অপাৰেশ্যন মাউণ্ট চোমো

  1. IC-83294P কেপ্তেইন নৱনীত সিং ৰাণা, ১১ নং বেটেলিয়ন পেৰাচুট ৰেজিমেন্ট (বিশেষ বাহিনী)

 

অপাৰেশ্যন পাংছাও পাছ

  1. JC-192911H নাইব চুবেদাৰ জাৰ্ণেল সিং, ১৯ নং আছাম ৰাইফলছ

  2. G/5013009H ৰাইফলমেন টিডিপ চিকচা, ১৯ নং আছাম ৰাইফলছ

 

অপাৰেশ্যন মেঘদূত

  1. 13626980F হাবিলদাৰ জগজিৎ সিং, ৯ নং বেটেলিয়ন, পেৰাচুট ৰেজিমেন্ট (বিশেষ বাহিনী)

  2. 4483607P হাবিলদাৰ লাভজিত সিং, ১০ নং বেটেলিয়ন, শিখ লাইট ইনফেণ্ট্ৰি

 

অপাৰেশ্যন অৰ্কিড

  1. G/3200992N হাবিলদাৰ ৰায় সিং উইকে, ৩২ নং আছাম ৰাইফলছ

 

অপাৰেশ্যন কালিশাম ভেলী

  1. 13626896F হাবিলদাৰ জগৰূপ সিং

 

উদ্ধাৰ অভিযান

  1. 15583031L নায়ক অৰবিন্দ কুমাৰ মৌৰ্য

 

কেন্দ্ৰীয় সন্মান আৰু বঁটা সমিতিৰ বৈঠকত অনুমোদিত

  1. IC-79986M মেজৰ পৰমবীৰ সিং, ৮ নং বেটেলিয়ন, শিখ ৰেজিমেণ্ট

  2. TA-42681P মেজৰ নংমেইকাপাম ডেনিছ, ১০৭ ইনফেণ্ট্ৰি বেটেলিয়ন (টেৰিট’ৰিয়েল ভাৰতীয় সেনা)

  3. IC-86130K কেপ্তেইন অভিষেক ঢাকা, ৪ নং বেটেলিয়ন, লাডাখ স্কাউটছ

  4. 5050882X নায়ক মহেশ শ্ৰেষ্ঠ, ১ নং বেটেলিয়ন, ১ নং গোৰ্খা ৰাইফলছ

 

ভাৰতীয় বায়ু সেনা

অপাৰেশ্যন ইভাকুৱেশ্যন

  1. ৱিং কামাণ্ডাৰ আশীষ কাপুৰ (28218) ফ্লাইং পাইলট

 

*******



(Release ID: 1949258) Visitor Counter : 98