প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেপালৰ প্ৰধানমন্ত্ৰীৰ পত্নী শ্ৰীমতী সীতা দহলৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
Posted On:
12 JUL 2023 1:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী পুস্প কমল দহল প্ৰচণ্ডৰ পত্নী শ্ৰীমতী সীতা দহলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নেপালৰ প্ৰধানমন্ত্ৰীৰ প্ৰতি গভীৰ সমবেদনা ব্যক্ত কৰে।
প্ৰধানমন্ত্ৰীৰয়ে এইদৰে টুইট কৰিছে;
"শ্ৰীমতী সীতা দহলৰ মৃত্যুত অতি মৰ্মাহত হৈছোঁ। মই @cmprachandaৰ প্ৰতি গভীৰ সমবেদনা ব্যক্ত কৰাৰ লগতে তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।ওঁম শান্তি।"
“श्रीमती सीता दाहालको दुःखद निधन भएको खबरले मर्माहत भएको छु । @cmprachanda प्रति हार्दिक समवेदना प्रकट गर्दै दिवंगत आत्मालाई चिरशान्ति मिलोस् भनी प्रार्थना गर्दछु ।
ॐ शान्ति।”
***********
(Release ID: 1940331)
Visitor Counter : 142
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam