প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাৰ যুৱক-যুৱতীসকলৰ মাজত উদ্ভাৱনী মনোভাৱ জগাই তোলাত অটল টিংকাৰিং লেবে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
10 JUL 2023 9:32PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ যুৱ প্ৰজন্মৰ মাজত উদ্ভাৱনী মনোভাৱ জগাই তোলাত অটল টিংকাৰিং লেবসমূহে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
কেন্দ্ৰীয় উদ্যমিতা, দক্ষতা বিকাশ, ইলেক্ট্ৰনিকছ আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰে তেওঁৰ কুৰিয়াচিৰাস্থিত তেওঁৰ প্ৰথমখন ছেইন্ট প’ল বিদ্যালয়ত অটল টিংকাৰিং লেব স্থাপন সন্দৰ্ভত কৰা টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
“আপোনাৰ বাবে এয়া নিঃসন্দেহে এক বিশেষ মুহূৰ্ত!
আমাৰ যুৱক-যুৱতীসকলৰ মাজত উদ্ভাৱনী মনোভাৱ জগাই তোলাত অটল টিংকাৰিং লেবে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।”
***
(रिलीज़ आईडी: 1939202)
आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam