প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ লজিষ্টিক্স ক্ষেত্ৰত পৰিৱৰ্তন অনাত ইউনিফাইড লজিষ্টিক্স ইণ্টাৰফেচ প্লেটফৰ্ম (ইউলিপ)ৰ ভূমিকাৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
10 JUL 2023 9:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ লজিষ্টিক্স ক্ষেত্ৰত পৰিৱৰ্তন অনাত ইউনিফাইড লজিষ্টিক্স ইণ্টাৰফেচ প্লেটফৰ্ম (ইউলিপ)ৰ ভূমিকাৰ প্ৰশংসা কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীযুষ গোয়েলৰ এটা টুইট শ্বেয়াৰ কৰি টুইট কৰিছে:
"লজিষ্টিক্সৰ ছিংগল উইণ্ড' প্লেটফৰ্মেৰে সামগ্ৰী পৰিবহনত অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। ইয়াৰ জৰিয়তে কেৱল সময় আৰু ব্যয় দুয়োটাই ৰাহি হোৱাই নহয়, বৰং ই দেশৰ আত্মনিৰ্ভৰতাতো যথেষ্ট সহায়ক হ'ব।"
**********
(रिलीज़ आईडी: 1939184)
आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam