প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হেলিঅ’প’লিচ যুদ্ধ স্মাৰক দৰ্শন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 25 JUN 2023 4:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজিপ্তত ৰাষ্ট্ৰীয় ভ্ৰমণৰ সময়ত হেলিঅ’প’লিচ কমনৱেলথ যুদ্ধ স্মাৰকত শ্বহীদ সৈনিকসকলৰ কৱৰস্থানটি দৰ্শন কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰথম বিশ্ব যুদ্ধৰ সময়ত ইজিপ্ত আৰু এডেনত শ্বহীদ হোৱা ৪৩০০কৈ অধিক সৈনিকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

 

**************


(रिलीज़ आईडी: 1936813) आगंतुक पटल : 134
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam