প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইজিপ্তত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

प्रविष्टि तिथि: 25 JUN 2023 5:16AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জুনত ইজিপ্ত ভ্ৰমণৰ সময়ত কাইৰোত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে।

এই বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইজিপ্ত সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক প্ৰশংসা কৰে।

অনুষ্ঠানত শিক্ষাৰ্থী, পেছাদাৰী আৰু ব্যৱসায়ীসহ ৩০০ৰো অধিক ভাৰতীয় সম্প্ৰদায়ৰ সদস্যই অংশগ্ৰহণ কৰে।

 

***************


(रिलीज़ आईडी: 1935656) आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam