প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এপ্লাইড মেটেৰিয়েলছৰ চিইঅ’ গেৰী ই. ডিকাৰচনক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 22 JUN 2023 6:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৱাশ্বিংটন ডি চিত এপ্লাইড মেটেৰিয়েলৰ অধ্যক্ষ তথা চিইঅ’ গেৰী ই. ডিকাৰচনক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীয়ে এপ্লাইড মেটেৰিয়েলছক ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰৰ শক্তিশালী কৰাৰ অৱদান আগবঢ়াবলৈ আমন্ত্ৰণ জনায়৷ প্ৰধানমন্ত্ৰীয়ে লগতে এপ্লাইড মেটেৰিয়েলছক ভাৰতত প্ৰক্ৰিয়াগত প্ৰযুক্তি  আৰু উন্নত পেকেজিং সক্ষমতাৰ বিকাশ সাধন কৰিবলৈ আমন্ত্ৰণ জনায়৷

প্ৰধানমন্ত্ৰী আৰু ডিকাৰছনে দক্ষ কৰ্মশক্তি সৃষ্টিৰ বাবে ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে এপ্লাইড মেটেৰিয়েলছৰ সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে।

***


(रिलीज़ आईडी: 1934577) आगंतुक पटल : 148
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam